• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজনৈতিক অসহিষ্ণুতা! : জ’ বিডেনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে ট্ৰাম্প!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2021 10:19 am

1 min read

Trump & Biden
153
VIEWS
Share on FacebookShare on Twitter

ক্ষমতাহীন হোৱা হোৱাইট হাউছ বিদায় দিয়াৰ আতংকত যেন ৰাজনৈতিক শিষ্টাচাৰখিনিয়ো পাহৰি পেলাইছে আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনৰ হাতত পৰাস্ত হোৱাৰ পিছৰে পৰা কেৱল ৰাজনৈতিক অপৰিপক্কতাই নহয় ৰাজৈনিতক আক্ৰোশৰো দেধাৰ প্ৰমাণ দি আছে বিদায়ী ৰাষ্ট্ৰপতিগৰাকীয়ে।

ট্ৰাম্পৰ বিৰুদ্ধে সমৰ্থকসকলক উচতাই কেপিটেল বিল্ডিং আক্ৰমণ কৰাৰ অভিযোগ উঠা ঘোষণা কৰিছে যে আমেকিৰাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনৰ শপতগ্ৰহণ অনষ্ঠানত উপস্থিত নাথাকে।

শুকুৰবাৰে টুইট কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আগন্তুক ২০ ফেব্ৰুৱাৰীত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি জ’ বিডেনৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁ উপস্থিত নাথাকে।

উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত কোনো বিদায়ী ৰাষ্ট্ৰপতিয়ে অনুপস্থিত হোৱা নাছিল।

যদি সঁচাই ট্ৰাম্পে জু’ বিডেনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে এয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত এক পৰম্পৰা ভংগ হ’ব!

ইফালে ড’নাল্ড ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেন ‘এয়া ভাল কথা’ বুলি মন্তব্য কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd