DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাত কৰা ক’ৰ’নাৰ পৰীক্ষাৰ বাবে নৰেন্দ্ৰ মোদীয়ে মোক প্ৰশংসা কৰিছে : ড’নাল্ড ট্ৰাম্প

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 3:16 pm
1a16s85_narendra-modi-donald-trump-pti_625x300_23_September_19 new

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

286
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা সন্দৰ্ভত প্ৰশংসা কৰিছে বুলি উল্লেখ কৰে।

ক’ৰ’না সংকটকালত আমেৰিকাই ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে কৰা পৰীক্ষাৰ বাবেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক প্ৰশংসা কৰে বুলি ট্ৰাম্পে দাবী কৰে।

”প্ৰধান মন্ত্ৰী মোদীয়ে কৈছে ক’ৰ’না টেষ্টিঙৰ ক্ষেত্ৰত তুমি যি কাৰ্য্য কৰিছা এয়া উল্লেখনীয়,” ট্ৰাম্পে এইদৰে উল্লেখ কৰে।

আনহাতে, মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰততকৈ অধিক ক’ৰ’নাৰ পৰীক্ষা কৰিছে বুলিও লগতে কয়।

”আমি ভাৰততকৈ আৰু বহু ডাঙৰ ডাঙৰ দেশে একেলগে কৰা ক’ৰ’নাৰ পৰীক্ষাতকৈ অধিক ক’ৰ’না পৰীক্ষা কৰিছো,” ট্ৰাম্পে কয়।

আমেৰিকাই ভাৰততকৈ বৰ্তমান সময়ত ৪৪ মিলিয়ন অধিক ক’ৰ’নাৰ পৰীক্ষা কৰিছে বুলিও ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ উল্লেখ কৰে।

ক’ৰ’নাৰ পৰীক্ষাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম আৰু ভাৰত দ্বিতীয় স্থানত আছে বুলি ট্ৰাম্পে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ দুখন হৈছে ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd