• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ষমতাৰ দখলৰ চেষ্টা!: ভগ্নী কিম জং ইয়োক হত্যা কৰিলে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনে!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2020 2:57 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন নিৰ্দয় একনায়ক উত্তৰ কোৰিয়াৰ শাসক কিম জং উন। ক্ষমতাৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত একনায়ক কিম জং উন।

এই কিম জং উনৰ বিৰুদ্ধে অভিযোগ আছে যে ক্ষমতা লাভৰ পথ নিষ্কণ্টক কৰিবলৈ মালয়েছিয়াৰ বিমান বন্দৰত নিজ ভাতৃকো হত্যা কৰিছিল।

Apply Now

এতিয়া কিম জং উনে নিজ ভগ্নী কিম জং ইয়োক হত্যা কৰিছে বুলি একাধিক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জল্পনা কল্পনা আৰম্ভ হৈছে।

কিছুমান আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে যোৱা ২৭ জুলাইৰ পৰা কিম জং উনৰ ভগ্নী কিম জং ইয়োক কোনেও প্ৰত্যক্ষ কৰা নাই।

একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে কমি জং উনৰ অসুস্থতাৰ সুযোগত ক্ষমতা দখলৰ চেষ্টা কৰাৰ অভিযোগত নিজ ভগ্নীক হত্যা কৰা হৈছে।

ইফালে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে কিম জং উনৰ অসুস্থতাৰ বাবে ভগ্নী কিম জং ইয়োক দেশখনৰ ‘ছেকণ্ড ইন কমাণ্ড’ হিচাপে নিযুক্ত কৰা হৈছিল।

আন্তঃৰাষ্ট্ৰীয় কিছু বিশ্লেষকৰ মতে ক্ষমতা হস্তান্তৰ সংক্ৰান্তীয় কামৰ বাবে উনৰ ভগ্নী কিম জং ইয়োৱে সংবাদ মাধ্যমত প্ৰকাশ্যে কাকো দেখা দিয়া নাই।

উল্লেখ্য যে ৰহস্যময় উত্তৰ কোৰিয়াৰ পৰিস্থিতি বিগত কিছু মাহ ধৰি আৰু অধিক ৰহস্যঘন হৈ পৰিছে।

কিছুদিন পূৰ্বে উত্তৰ কোৰিয়াৰ শাসক গৰাকী ক’মাত আছে বুলি দাবী কৰিছিল দেশখনৰ চিৰ বৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই।

কিন্তু ইয়াৰ পিছতে উত্তৰ কোৰিয়া শাসকজনে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰকাশ্যে ধৰা দিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

ইফালে কিম জং উনৰ ভগ্নী ৩৩ বছৰীয়া কিম উন ইয়ো বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট চৰ্চাৰ বিষয় হৈ উঠিছে।

২০১৮ চনৰ পৰা কিম জং ইয়োৱে কেৱল দেশতে নহয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো নিজৰ সৱল উপস্থিতিৰ উমান দিছিল।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে উত্তৰ কোৰিয়াৰ মিত্ৰতা স্থাপনত উনৰ ভগ্নী ইয়োৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল বুলি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু কূটনৈতিক মঞ্চত চৰ্চা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am
হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd