• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী হাতীখলি ৰংহাং গাঁৱত ৬০০ বিঘা মাটিত বন্যহস্তীৰ বাবে কৃষিকাৰ্য্য

ভৈয়ামৰ কৃষিভূমিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ চেষ্টা "হাতীবন্ধু"ৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
November 8, 2020 8:50 am
VideoCapture_20201108-012952
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হস্তী-মানুহৰ সংঘাতে জৰ্জৰিত কৰা নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী এটি অঞ্চলত এই বছৰ বন্যহস্তীয়ে চলোৱা নাই কোনো ধৰণৰ উপদ্ৰৱ। যাৰ বাবে সীমামুৰীয়া ভৈয়ামৰ কৃষক ৰাইজৰ মুখত বিৰিঙিছে এমোকোৰা হাঁহি!

কাৰণ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ৰংহাং হাতীখলি গাঁৱৰ সমীপৰ পাহাৰীয়া ৬০০ বিঘা ভূমিত কৰা হৈছে কৃষি কাৰ্য কেৱল মাত্ৰ বনৰীয়া হাতীক খাদ্য যোগান ধৰিবৰ বাবে।

Apply Now

aa VideoCapture_20201108-012909

ৰংহাং হাতীখলি গাঁৱৰ ৰাইজৰ সহযোগত “হাতীবন্ধু” নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু তেওঁৰ পত্নী মেঘ্নাময়ূৰ হাজৰীকাৰ নেতৃত্বত বন্যহস্তীক খাদ্য যোগান ধৰিবৰ বাবে বিগত বছৰত ২০০ বিঘা মাটিত ধান খেতি কৰাৰ বিপৰীতে এই বছৰ ৬০০ বিঘা পাহাৰীয়া মাটিত কেৱল ধান খেতিয়েই নহয় বন্যহস্তীক পৰ্য্যপ্ত আহাৰ যোগান ধৰিব পৰাকৈ কৰিছে ঝাৰু, নেফিয়াৰ ঘাঁহ, ঔ-টেঙা, কুম্ভীৰ আদি হাতীৰ প্ৰিয় খাদ্য হিচাপে পৰিচিত বিভিন্ন উদ্ভিদৰ খেতি।

অঞ্চলটোত যোৱা বছৰ ২০০ বিঘা মাটিত ধান খেতি কৰি ভৈয়ামত উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ জাকৰ বিচৰণ ২৬ দিন ধৰি ধাননি খনতে সীমিত কৰি ৰাখিবলৈ সক্ষম হোৱাৰ পিছত এইবছৰ কৰা ৬০০ বিঘা মাটিত কৰা খেতিৰ জৰিয়তে নিশ্চয়কৈ ভৈয়ামৰ কৃষকৰ কষ্টোপাৰ্জিত ধানখেতি ডৰা চপোৱাৰ সময়ত যথেষ্ট দিন ধৰি বনৰীয়া হাতীৰ জাকৰ বিচৰণ ৰংহাং হাতীখলিৰ বিশেষ পথাৰ খনতে সীমাবদ্ধ কৰি ৰাখিব পাৰিব বুলি আশাবাদী দুলু বৰাহঁত।

ইফালে পূৰ্বৰ তুলনাত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা এই বছৰ সীমান্তৱৰ্ত্তী কৃষক ৰাইজ বহু পৰিমাণে পৰিত্ৰাণ পোৱাৰ বাবে বহুবোৰ সুখকৰ অভিজ্ঞতাৰ সাক্ষী হ’বলৈ সুবিধা পাইছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে স্থানীয় ৰাইজে।

লগতে এইবছৰ বনাঞ্চল এৰি খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক জনাঞ্চলত প্ৰবেশ নকৰাৰ বাবে বহু বছৰৰ মুৰকত ৰংহাংৰ গঞাঁ ৰাইজেও কঠালৰ সোৱাদ ল’বলৈ সুবিধা পোৱাৰ লগতে পথাৰৰ ধান কেইটা চপাই আনি নিজৰ ঘৰত মজুত কৰি ৰাখিব পৰাকৈ নতুনকৈ ভঁৰাল ঘৰো সাজিবলৈও দিহা কৰিছে বুলি জানিব পৰা গৈছে।

লক্ষণীয় কথাটো হ’ল যে, ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামুহিক কৰ্ম বঁটা প্ৰাপক প্ৰকৃতিপ্ৰেমী দুলু বৰা, সহধৰ্মিণী মেঘ্নাময়ূৰ হাজৰিকা, গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আদিৰ দৰে ব্যক্তি সকলে নিজৰ ঘৰৰ পৰা বহু দূৰৈত জংঘলৰ মাজত থাকি দিনে-নিশাই কৰি অহা নিঃস্বাৰ্থ কৰ্ম আৰু নিভাজ হস্তীপ্ৰেমৰ বাবেই নিশ্চয় এইবেলি বহু জনৰ মুখত হাঁহি বিৰিঙিছে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ৰংহাং হাতীখলি অঞ্চলত।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd