• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘আনখন গাল আগবঢ়াই দিবলৈ সাহস লাগে’; কঙ্গনাক প্ৰত্যুত্তৰ মহাত্মা গান্ধীৰ নাতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 8:36 pm
Tushar gandhi to Kangana Ranaut
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত মন্তব্যৰে দেশৰ স্বাধীনতা সেনানী সকলক অপমান কৰি সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা কঙ্গনা ৰানাৱটক প্ৰত্যুত্তৰ দিছে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে।

“গান্ধী বিদ্বেষীসকলে ভবাতকৈ আন এখন গাল আগবঢ়াই দিবলৈ কঠিন।” গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে অহিংসা নীতিসন্দৰ্ভত কংগনা ৰাণাৱটৰ নেতিবাচক মন্তব্যৰ প্ৰত্যুত্তৰত এই মন্তব্য কৰে।

কেইদিনমান পূৰ্বে এক দূৰদৰ্শন সাক্ষাৎকাৰত অভিনেত্ৰী কংগনা ৰাণাৱটে দাবী কৰিছিল যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ সময়তহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল। ১৯৪৭ চনত দেশখনে স্বাধীনতা লাভ কৰা নাছিল। সেয়া আছিল ভিক্ষা। অভিনেত্ৰীগৰাকীয়ে এনে মন্তব্যৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল।

Apply Now

তাৰ পিছতো কংগনাই ইনষ্টাগ্ৰামত মহাত্মা গান্ধীক সমালোচনা কৰি এটাৰ পিছত এটা পোষ্ট কৰিছিল। আনহাতে গান্ধীজীৰ অহিংস নীতিৰ প্ৰবাদ প্ৰতিম বাক্য ‘যদি কোনোবাই আপোনাক এফালে চৰ মাৰে তেন্তে আপোনাৰ আনখন গালো আগবঢ়াই দিব’ মন্তব্যটোক বিদ্ৰূপ কৰিছিল। কঙ্গনাই কয়, “আপুনি আপোনাৰ নায়ক বাছনি কৰিব পাৰে। কিন্তু দ্বিতীয় গাল আগবঢ়াই দিয়াটো স্বাধীনতা নহয়।”

এনে বিতৰ্কিত মন্তব্যৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰা কঙ্গনাৰ পৰা সন্মানীয় পদ্মশ্ৰী সন্মান ঘূৰাই ল’বলৈও দাবী জনায় বহুলোকে।

উল্লেখ্য যে গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে শেহতীয়াকৈ বিজেপি চৰকাৰক সমালোচনা কৰি এটা প্ৰবন্ধ লিখিছিল। এই প্ৰবন্ধটোত, তেওঁ লিখিছে, “যিসকলে কয় যে গান্ধীজীয়ে কেৱল আন এখন গাল আগবঢ়াই দিছে তেওঁলোকৰ এই বীৰত্ব অনুভৱ কৰাৰ কোনো ক্ষমতা নাই। তেওঁলোকে কেতিয়াও এই বীৰত্ব বুজি নাপাব। কিন্তু আমি সেইটো কেতিয়াও পাহৰিব নোৱাৰিম। সেই সময়ৰ ভাৰতীয়সকলৰ এই বীৰত্ব বুজি পোৱাৰ প্ৰতিভা আছিল। আচলতে, তেওঁলোক সকলো একোজন নায়ক আছিল।”

তেওঁ লগতে লিখিছে, “আন এখন গাল আগবঢ়াই দিবলৈ ভয়াতুৰৰ সাহস নাই, ইয়াৰ বাবে অনেক সাহসৰ প্ৰয়োজন হয়। তেওঁলোক নায়ক নেকি যিসকলে ব্যক্তিগত স্বাৰ্থত নিজকে বচাবলৈ ক্ষমা বিচাৰিছিল ?”

প্ৰবন্ধটোত তেওঁ উল্লেখ কৰে,”যদি কোনোবাই বাপুক তেওঁৰ দেশ আৰু দেশৰ লোকসকলৰ বাবে ভিক্ষাৰী বুলি অভিহিত কৰে, তেন্তে তেওঁ ইয়াক মুক্তভাৱে গ্ৰহণ কৰিলেহেঁতেন। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে বাপুক অৰ্ধনগ্ন ভিক্ষাৰী বুলি ইতিকিং কৰিছিল। অৱশেষত কিন্তু ভাৰতৰ ব্ৰিটিছ ৰাজে সেই ফকীৰৰ ওচৰতে আত্মসমৰ্পণ কৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd