DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত ১২ আৰক্ষী ক’ভিড পজিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 10:22 pm
Twelve police personnel test COVID-19 positive in Guwahati

প্ৰতিনিধিত্বমূলক ফটো

6.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ বিৰুদ্ধে যুঁজৰ আগশাৰীত থকা অসম আৰক্ষীৰ ১২গৰাকী জোৱান গুৱাহাটীত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ইয়াৰ পূৰ্বে গুৱাহাটীত প্ৰায় ১৮০গৰাকী আৰক্ষীৰ লোক কুৱাৰেণ্টিনত আছিল।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমক এই কথা সদৰী কৰি কয় যে বহুকেইজন আৰক্ষীৰ লোক ইতিমধ্যে আৰোগ্য হৈয়ো উঠিছে।

তেওঁ জনাই যে পূৰ্বে কুৱাৰেণ্টিন কৰাসকলৰ নমুনা পৰীক্ষাত নিগেটিভ পোৱা গৈছে।

তেওঁ লগতে জনাই যে গুৱাহাটীৰ হাতীগাওঁ আৰক্ষী থানাৰ ১২গৰাকী আৰক্ষীৰ লোকক কুৱাৰেণ্টিনত পঠোৱা হৈছে।

জিম্মাত থকা এজন চোৰক ক’ভিড-১৯ পজিটিভ পোৱা বাবে তেওঁলোকক কুৱাৰেণ্টিনত পঠোৱা হৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ চাৰিগৰাকী ট্ৰেফিক আৰক্ষী, গুৱাহাটীৰ ভিতৰৰে আৰক্ষী বেটেলিয়নৰ দুগৰাকী, এগৰাকী নিৰাপত্তা বিষয়া আৰু আৰক্ষী থানাৰ দুগৰাকীক ক’ভিড পজিটিভ পোৱা গৈছিল।

তাৰোপৰি, নগাঁৱৰ হয়বৰগাওঁ আৰক্ষী থানাৰ ১১গৰাকী লোকক কুৱাৰেণ্টিনত পঠোৱা হৈছে।

অপহৃতা এগৰাকী ছোৱালীক তেওঁলোকে উদ্ধাৰ কৰিছিল। পিছত ছোৱালীজনীক ক’ভিড পজিটিভ পোৱা গৈছিল।

Tags: COVID-19

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd