• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত উৎখাত ভুৱা প্ৰমাণপত্ৰ যোগান ধৰা চক্ৰ: দুগৰাকীক গ্ৰেপ্তাৰ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
September 25, 2022 11:54 am
fake certificate
113
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ মাটিয়াত আৰক্ষীৰ জালত পৰিছে ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰা এক কু-চক্ৰ৷ মাটিয়া ৰাজহচক্ৰ কাৰ্যালয়ৰ সমুখতে গোপনে এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি চলাই গৈছিল ভুৱা চাৰ্টিফিকেটৰ ৰমৰমীয়া ব্যৱসায়।

এই ভুৱা চক্ৰটোৰ কৱলত পৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে অভিযান চলাই মাটিয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখতে থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত চলাই থকা এই অবৈধ চক্ৰটো উৎখাত কৰে।

আৰক্ষীৰ লগতে প্ৰতিষ্ঠানটোৰ গৰাকী হাফিজুল ৰহমানকো গ্ৰেপ্তাৰ কৰে। পিছত হাফিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰনৈ নেপালীখুঁটিৰ পৰা বিল্লাল হুছেইন নামৰ আন এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ধৃত দুয়োগৰাকী ব্যক্তিৰে একোখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু ইয়াতে তেওঁলোকে ভুৱা চাৰ্টিফিকেট নিৰ্মাণৰ কাম কৰিছিল৷

ইফালে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছত ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই দুটা স্কেনাৰ, দুটা লেপটপ, দুটা প্ৰিণ্টাৰ আৰু দুটা মোবাইলৰ লগতে ভুৱা চাৰ্টিফিকেটো জব্দ কৰিবলৈ সক্ষম হয়৷

মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল৷ নতুন নতুন তথ্য সংগ্ৰহৰ লগতে এই চক্ৰটোৰ সৈতে জড়িত থকা আন লোকক কৰায়ত্ত কৰাৰ স্বাৰ্থত দুয়োগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰাই পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd