• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত খহনীয়া প্ৰতিৰোধী জিঅ’ বেগ চুৰি কাণ্ড; দুজনক গ্ৰেপ্তাৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 31, 2019 3:32 pm

1 min read

IMG-20190531-WA0023

মাজুলীত জিঅ' বেগ চুৰি কাণ্ড

487
VIEWS
Share on FacebookShare on Twitter

নদীদ্বীপ মাজুলীত এইবাৰ সংঘটিত হৈছে জিঅ’ বেগ চুৰি কাণ্ড। নদী পাৰৰ বালিত পুতি থোৱা অবস্থাত উদ্ধাৰ কৰা হয় খহনীয়া প্রতিৰোধৰ বাবে অনা জিঅ’ বেগসমূহ ।

মাজুলী বাসী জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ বাবে অনা জিঅ’ বেগ চুৰিৰ ঘটনা সংঘটিত হৈছে মাজুলীৰ শালমৰাত। ঘটনা অনুসৰি  বৃস্পতিবাৰে এ এচ ০৩ বিচি ০১৬০ নম্বৰৰ এখন পিক আপ ভ্যান গাড়ী চালক ৰাজীব শইকীয়া আৰু মহৰি মনোজ বৰাই শালমৰাত সংৰক্ষিত কৰি থোৱা জিঅ’ বেগ নিবলৈ আহে।

কোনো কাগজ পাতি অথবা কতৃত্ব নোহোৱাকৈ খহনীয়া প্রতিৰোধৰ বাবে ৰখা বেগ সমুহ এনেদৰে নিবলৈ অহাত স্থানীয় লোকে বাধা দি দুয়োকে বনগাঁও আৰক্ষীৰ হাতত গটাই দিয়ে।

আনহাতে, ঘটনাৰ পম খেদি বনগাঁও থানাৰ আৰক্ষীয়ে শালমৰা অঞ্চলত এনে ধৰণৰ  অনৈতিক কাৰ্য্য ৰোধ কৰাৰ বাবে অভিযান চলায়। অভিযান কালত ১৬০টা জিঅ’ বেগ আৰু ১৬টা ব্রহ্মপুত্ৰ বোৰ্ডৰ বেগ নদীৰ পাৰৰ বালিত পুতি থোৱা অবস্থাত উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে ।

খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগসমূহ এনেদৰে চুৰি হোৱাৰ পাছত উদ্ধাৰ হোৱা ঘটনাই সমগ্র মাজুলীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি গাড়ী চালক ৰাজীব বৰা আৰু মহৰি মনোজ শইকীয়াক কাৰাগাৰলৈ প্রেৰণ কৰাৰ লগতে পিক আপ ভ্যানখন জব্দ  কৰে।

 

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd