• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশজোৰা “দুই সন্তান নীতি”ক লৈ কেন্দ্ৰক জাননী

বিজেপি নেতা অশ্বিনী উপাধ্যায়ৰ ৰাজহুৱা স্বাৰ্থৰ আৱেদন গ্ৰহণ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2020 7:32 pm
Two child policy: SC accepts PIL, seeks Centre's response
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে দেশজুৰি “দুই সন্তান নীতি” বলৱৎকৰণৰ বাবে জনোৱা এক ৰাজহুৱা স্বাৰ্থজৰিত আৱেদন শুকুৰবাৰে গ্ৰহণ কৰিছে আৰু কেন্দ্ৰক জাননী জাৰি কৰিছে।

চাৰি সপ্তাহৰ ভিতৰত আৱেদনখন সন্দৰ্ভত নিজৰ স্থিতি জনোৱাৰ বাবে মুখ্য ন্যায়াধীশ এছ এ ববদেই কেন্দ্ৰক নিৰ্দেশ দিছে।

Apply Now

ভাৰতৰ “জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰা”ৰ বাবে দুই সন্তান নীতি গ্ৰহণ কৰিব লাগে বুলি বিজেপি নেতা অশ্বিনী উপাধ্যায়ে আৱেদনখন দাখিল কৰিছে।

অসমৰ সোণোৱাল কেবিনেটে ২০১৮ চনৰ ২১ অক্টোবৰত দুটাতকৈ অধিক সন্তান থকা লোকক চৰকাৰী চাকৰিৰ আৱেদন কৰিবলৈ দিয়া নহ’ব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই নীতি ২০২১ চনৰ ১ জানুৱাৰিৰ পৰা কাৰ্য্যকৰী হোৱাৰ কথা আছিল।

আনহাতে ২০১৮ চনৰ ১৫ মাৰ্চত অসম বিধান সভাত গৃহীত হোৱা অসম পঞ্চায়ত (সংশোধনী) বিধেয়ক ২০১৮ অনুসৰি দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমলে চৰকাৰী সিদ্ধান্তৰ বিপৰীতে “যিমান পাৰি সন্তান জন্ম দিয়া”ৰ আহ্বান জনাইছিল আৰু “ইছলাম”ৰ দোহাই দিছিল।

বিৰোধী কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দুই সন্তানৰ নীতি “গণতান্ত্ৰিক ৰাষ্ট্ৰ”ত প্ৰয়োগ কৰিব নোৱাৰি বুলি মন্তব্য কৰি জনসংখ্যা নিয়ন্ত্ৰণত জনসজাগতা বৃদ্ধিৰ ওপৰত জোৰ দিছিল।

“আমি শিক্ষাৰ ব্যাপক প্ৰসাৰ তথা সজাগতা বৃদ্ধি কৰিব লাগিব যাতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে দুটা সন্তানৰ নীতি গ্ৰহণ কৰে,” বৰাই কৈছিল।

আনহাতে, ২০১৭ চনৰ ছেপ্তেম্বৰত অসম বিধান সভাই “অসমৰ জনসংখ্যা নীতি আৰু মহিলা সবলীকৰণ নীতি” গ্ৰহণ কৰিছিল।

সেই অনুসৰি দুটাতকৈ অধিক সন্তানৰ লোকে চাকৰিত আবেদন কৰিব নোৱাৰে আৰু চাকৰি কৰি থকা লোকসকলেও এই নীতি মানি চলিব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd