• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ দুটি শিশুৰ কৰুণ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2020 5:42 pm

1 min read

index

ফটো: নৰ্থইষ্ট নাও

5k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বৃহস্পতিবাৰে দুটি শিশু কৰুণভাৱে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে।

মহানগৰীৰ ৱায়াৰলেছৰ বশিষ্টপুৰৰ এক নম্বৰ উপপথত নিজ গৃহতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত শিশু দুটি আৱদ্ধ হৈ পৰিছিল।

মুহূৰ্ততে জুইয়ে আৱৰি ধৰা ঘৰটোত উপায়হীন শিশু দুটিয়ে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুৱায় ইশান গোস্বামী (৪) আৰু ইবন গোস্বামী(৭) নামৰ শিশু দুটিয়ে।

শিশু দুটিৰ আছিল তুষাৰ গোস্বামী নামৰ লোকজনৰ সন্তান। শিশু দুটিৰ মাতৃৰ হৈছে শিল্পী গোস্বামী।

নিহত শিশু দুটি গুৱাহাটী শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ আছিল।

index2
ফটো: নৰ্থইষ্টট নাও

চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

পিতৃ-মাতৃ ঘৰত নথকা সময়তে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত অগ্নি আৰু আপদকালীন সেৱাৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।

শিশু দুটিৰ পিতৃ তুষাৰ গোস্বামী এগৰাকী ভূতত্ত্ববিদ আৰু কৰ্মসূত্ৰে প্ৰায়েই বাহিৰত থাকে বুলি জানিব পৰা গৈছে।

Recent News

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd