• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ক’ৰ’না ভাইৰাছৰ দুটা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2020 8:44 pm
Corona Virus

প্ৰতিনিধিত্বমূলক ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা অসমৰ দুটা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে স্পষ্টীকৰণ দিছে।

বিশ্বত নতুন আতংক হিচাপে দেখা দিয়া ভাইৰাছবিধক লৈ ভাৰত তথা অসমৰ জনসাধাৰণো অতিশয় উদ্বিগ্ন হৈ থকাৰ সময়তে মন্ত্ৰ্যালয়ে কয় যে অসমৰ ঘটনা দুটাত নেতিবাচক ৰিজাল্ট পোৱা গৈছে।

Apply Now

“নতুন ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ সন্ধান আৰু চিকিৎসাৰ বাবে সকলো ধৰণৰ সৰ্বাধিক আগতীয়া সাৱধানতা অৱলম্বন কৰা হৈছে”, মন্ত্ৰ্যালয়টোৰ বিবৃতিত কোৱা হয়।

এতিয়ালৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (গুৱাহাটী)ত ১৭৯জন, মোহনবাৰী বিমান বন্দৰ (ডিব্ৰুগড়)ত ৬৩জন, ৰৰৈয়া বিমান বন্দৰ (যোৰহাট) ৭জন, কুম্ভীৰগ্ৰাম বিমান বন্দৰ (শিলচৰ)ত ৭জন, লীলাবাৰী বিমান বন্দৰ (লখিমপুৰ) ২৫জন আৰু শালনিবাৰী বিমান বন্দৰ (তেজপুৰ)ত ১১জন লোকক পৰীক্ষা (screening) কৰা হৈছে।

৫৬জন যাত্ৰীক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটা দেশৰ পৰা অহা বুলি চিনাক্ত কৰা হৈছে আৰু এওঁলোকক ঘৰতে আনৰ পৰা বিচ্ছিন্ন অৱস্থাত (home isolation) অৱস্থাত ৰখা হৈছে।

২৩জন আন আন ঠাইৰ যাত্ৰী (৯জন মেঘালয়, ৬জন ভূটান, ৩জন নাগালেণ্ড আৰু ৫জন তেলেংগানা)য়ে ইতিমধ্যে ৰাজ্যখন ত্যাগ কৰিছে।

এতিয়ালৈকে অসমৰ পৰা দুজন লোকৰ নমুনা পুণেৰ NIV-লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে এটা নমুনাৰ নেতিবাচক ফল দেখা গৈছে আৰু আনটো তেনে ইংগিত নথকা বুলি ঘূৰাই পঠোৱা হৈছে।

ক’ৰ’না ভাইৰাছৰ প্ৰেক্ষাপটত সৰ্বসাধাৰণ লোকক ৰাজ্য চৰকাৰে জাৰি কৰা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শাৱলী অনুসৰণ কৰিবলৈ কোৱা হৈছে।

“জনসাধাৰণে কাহ মৰাৰ বিধিবোৰ মানি চলা উচিত, যিবোৰৰ ভিতৰত আছে কাহ/হাঁচি মৰাৰ সময়ত ৰুমাল বা টাৱেলেৰে মুখ ঢাকি ল’ব লাগে আৰু সঘনাই হাত চাবোন আৰু পানীৰে ধুব লাগে”, মন্ত্ৰ্যালয়টোৰ বিষয়াই কয়।

তাৰোপৰি কোৱা হৈছে, যিসকল লোক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটা দেশৰ পৰা আহি উপস্থিত হৈছে, তেওঁলোকে লক্ষণযুক্ত হওক বা নহওক ঘৰত ২৮ দিনৰ বাবে বিচ্ছিন্ন অৱস্থাত থাকিব লাগে।

অসমত ইয়াৰ ইংগিত থকা কোনো ঘটনা নাই বুলি কৈ মন্ত্ৰ্যালয়টোৱে উত্তৰ অসমৰ সীমামূৰীয়া জিলাকেইখন, বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি নিৰীক্ষণত আছে আৰু কোনো সন্দেহজনক লোকৰ বিষয়ে DSU/SSU, IDSP-ত জনাবলৈ আহ্বান জনোৱা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানলৈকে ২৩খন দেশ এই মহামাৰীত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd