• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজে বিচাৰিলে হ’ব; তামুলপুৰত বড়োলেণ্ডৰ বিকল্প ৰাজনৈতিক দলৰ ইংগিত দিলে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 12, 2020 8:47 pm
ABSU Conference

এবছুৰ অভিৱৰ্তনৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি আৰ চুক্তি স্বাক্ষৰৰ পিছত বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ গইবাৰী গৌজন পথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ বিশেষ অভিৱৰ্তন।

ইতিমধ্যে  ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগঠনটোৰ কেইবাখনো জিলাৰ প্ৰতিনিধি আহি তামুলপুৰত উপস্থিত হৈছে আৰু এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে।

Apply Now

আবেলি তিনি বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হৈছে। এই প্ৰতিনিধি সভাত সুদীৰ্ঘ বছৰ কাল এবছুৰ সবল নেতৃত্ব  বহন কৰা বৰ্তমানৰ এবছুৰ সভাপতি তথা বি টি আৰ চুক্তি স্বাক্ষৰকাৰী সকলৰ অন্যতম প্ৰমোদ বড়োৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰমোদ বড়োয়ে কয় যে, যিহেতু তেওঁ ছাত্র সংগঠনটোৰ লগতে বড়ো জনগোষ্ঠীৰ হকে সুদীৰ্ঘ বছৰ ধৰি কাম কৰি আহিছে, গতিকে এতিয়া তেওঁ  এবছুৰ দায়িত্ব নতুন নেতৃত্বৰ ওপৰত এৰি দিব বিচাৰে আৰু এইয়া প্ৰতিনিধি সভাত হোৱা আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

পূৰ্বৱৰ্তী এবছুৰ অধিবেশনত ৰৈ যোৱা কাৰ্যসূচী সমূহ  আজিৰে পৰা দুদিনীয়াকৈ  তামুলপুৰত অনুষ্ঠিত বিশেষ অভিৱর্তনৰ প্ৰতিনিধি সভাৰ আলোচনাত ঠাই পোৱাৰ লগতে বি টি আৰ চুক্তি কাৰ্যকৰীকৰণ, ৰাজনৈতিক আন্দোলন আৰু অন্যান্য দিশ সমূহ কেনেদৰে ভৱিষ্যতে আগুৱাই নিয়া হ’ব,  শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশ সমূহৰ উন্নয়নৰ আৰু সমস্যাৰ দিশ সমূহেও  আজিৰ প্ৰতিনিধি সভাত ঠাই পাব বুলি বড়োৱে লগতে কয়।

এবছুৰ পৰা অব্যাহতি লোৱাৰ পিছত নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত সোধা এক প্ৰশ্নৰ তেওঁ কয় যে, নতুন দল গঠনৰ ক্ষেত্ৰত তেওঁ ব্যক্তিগত ভাবে একো চিন্তা চৰ্চা কৰা নাই। এইয়া সামাজিক মাধ্যমতহে চৰ্চা হৈ থকা এটা বিষয়। যদি ৰাইজে নতুন দল গঠন হোৱাটো  বিচাৰে তেন্তে সেয়াও ৰাইজৰ ওপৰতেই নিৰ্ভৰ কৰিব।

ৰাজনীতিৰ বাহিৰেও সমাজত মানৱ সৰবৰাহ, নিবনুৱা সমস্যা আদিকে ধৰি অনেক সমস্যা আছে আৰু সেইবোৰ নিৰাময়ৰ বাবেও নিখিল বড়ো ছাত্র সন্থাৰ অপৰিসীম দায়িত্ব আছে বুলিও লগতে আবছুৰ সভাপতি গৰাকীয়ে কয়।

ৰাইজৰ সহায়-সহযোগ আৰু চৰকাৰৰ সদিচ্ছাৰ বাবে আজি বি টি আৰ চুক্তিৰ জৰিয়তে বড়োভূমিত শান্তি প্ৰতিষ্ঠাৰ দিশে এটা খাপ আগবাঢ়িছে। বি টি আৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজনীতিৰ প্ৰয়োজন আছে নে নাই বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োয়ে কয় যে, এটা দলে ১৫ বছৰৰ অধিক কাল শাসন কৰিলে। গতিকে এই সময়ছোৱাত ৰাইজ সম্পূৰ্ণ আশ্বস্ত হব পৰা নাই আৰু এই সম্পৰ্কেও প্ৰতিনিধি সভাত আলোচনা হ’ব ।

বি টি আৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ভৱিষ্যতে কি ধৰণেৰে আগবাঢ়িব বুলি সোধাত তেওঁ কয় যে যিবিলাক দল সংগঠনৰ সংগ্ৰামৰ ফলত আজি এই চুক্তি স্বাক্ষৰিত হল, সেই সকল দল-সংগঠনৰ সৈতে হোৱা আলাপ-আলোচনাৰ মাজেৰেহে ভৱিষ্যতে সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি তেওঁ গুৰুত্বপূৰ্ণ  মন্তব্য কৰে।

ইপিনে, কাইলৈ ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচীৰ পিছত তামুলপুৰৰ ৰাজপথত উলিওৱা হ’ব এক বিশাল ৰেলী।  ৰেলীৰ অন্তত তামুলপুৰ ঘগ্ৰাচ’ক বাকৰিত চুক্তি স্বাক্ষৰকাৰী এবছুৰ নেতাৰ লগতে এনডিএফবিৰ আটাইকেইটা গোটৰ নেতা সকলক আদৰণি জনোৱাৰ উদ্দেশ্যে মুকলি সভা অনুষ্ঠিত হ’ব।

এই সভাত নতুন ৰাজনৈতিক দল গঠনৰ বিষয়টোৱে স্থান পাব পাৰে বুলি বিভিন্ন মহলত চৰ্চিত হৈ আছে। আজি সন্ধিয়া অধিৱেশনথলীত সমূহীয়া ভাবে বন্তি প্ৰজ্বলন কাৰ্যসূচীও ৰূপায়ন কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd