• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্রুগড়ত দলীয় সংঘৰ্ষত নিহত দুজন,গুৰুতৰভাৱে আহত তিনিজন লোক

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
July 4, 2019 7:57 pm
dibru-group-clash-1140x570

পথ দুৰ্ঘটনাৰ পাছত সংঘটিত দলীয় সংঘৰ্ষৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা গাড়ীখন। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ পল্টন বজাৰৰ এ এম চি পথত বুধবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত এক দলীয় সংঘৰ্ষত দুজন লোক নিহত হয়।

সূত্ৰসমূহে জানিব দিয়া মতে, এখন বাইক আৰু এ আৰ-২০-৪৮৪৭ নম্বৰৰ এখন মাৰুতি ছুইফট ডিজায়াৰৰ মাজত  এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল।

Apply Now

একাংশ লোকে গাড়ীখন ঘটনাস্থলীৰ পৰা পলাই যোৱাত বাধা দিয়ে। সেই সময়তে গাড়ীখনৰ ভিতৰত থকা লোককেইজন বাহিৰলৈ ওলাই আহে আৰু গাড়ীখনক বাধা দিয়া লোককেইজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

এই আক্ৰমণত অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতলৰ কৰ্মচাৰী পাঁচজন গুৰুতৰভাৱে আহত হয়।

তেওঁলোকক ততাতয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ লৈ যোৱা হয় য’ত তেওঁলোকৰ মাজৰে দীপক মেচক মৃত বুলি ঘোষণা কৰে।

আনহাতে, ৰাতুল বৰা বুলি আন এজনৰ বুধবাৰে শেহ নিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতলত মৃত্যু ঘটে।

গুৰুতৰভাৱে আহত তিনিজন হৈছে প্ৰাণজিৎ ভূঞা, ৰূপম নাথ আৰু মনোজ দত্ত। আটাইকেইজনে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। উত্তেজিত ৰাইজে ছুইফট ডিজায়াৰখন ক্ষতিগ্ৰস্ত কৰে।

পাছত, আৰক্ষীয়ে গাড়ীখন তেওঁলোকৰ জিম্মালৈ লৈ আনে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লোক দুজনৰ মৃত্যুৰ পাছত উত্তেজিত লোকে অপৰাধীক বিচাৰি ওচৰৰ ল’জ, হোষ্টেল আদিত তালাচী চলায়।

একাংশ দুৰ্বৃত্তই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি গাড়ীখনত অহা অৰুণাচল প্ৰদেশৰ পৰা অহা বুলি ধাৰণা কৰা লোক কেইজনৰ পৰা নগদ ধন আৰু এ টি এম কাৰ্ড কাঢ়ি লৈ যায়।

ঘটনাটোৰ পাছতে প্ৰতিবাদকাৰী জনতাই ডিব্ৰুগড়ৰ অৰুণাচল ল’জ কেইটামান লণ্ডভণ্ড কৰে।

ইয়াৰ মাজতে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ঘটনাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়।

আৰক্ষীয়ে পাছত মূল অপৰাধী তিনিচুকীয়াৰ লাইপুলিৰ গুনীন চেতিয়া আৰু আনজন ডিব্ৰুগড়ৰ ছনু আহমেদক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ধ্ৰুৱ বৰাই কয় যে ডিব্ৰুগড়ৰ পল্টন বজাৰ অঞ্চলত মাৰুতি ছুইফট ডিজায়াৰত অহা যাত্ৰী আৰু স্থানীয় যুৱকৰ মাজত সংঘৰ্ষ সংঘটিত হয়।

হঠাতে, গাড়ীখনত বহি থকা লোকে চোকা অস্ত্ৰৰে স্থানীয় যুৱকক আক্ৰমণ কৰি পাঁচজনক আহত কৰে।

‘’ঘটনাটোৰ পাছত উত্তেজিত লোকে গাড়ীখন ক্ষতিগ্ৰস্ত কৰে। দুঘন্টা পাছতে আমি মূল অবিযুক্ত আৰু সহ অভিযুক্তক ডিব্ৰুগড়ৰ ডিব্ৰুজান অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰো,’’-বৰাই কয়।

ডিব্ৰুগড় জিলা প্ৰশাসনে ৰাইজক  শান্তি তথা আইন-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

বৃহস্পতিবাৰে, স্থানীয় লোকে আহ্বান জনোৱা ডিব্ৰুগড় বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ পৰা দেখা যায় আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতলৰ আশে পাশে থকা দোকান-পাহাৰ আদি সম্পূৰ্ণ বন্ধ থাকে। আনকি ঔষধৰ দোকানো বন্ধ থাকে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd