• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘মৌত কা সদাগৰ’! মোদীৰ ভ্ৰমণক লৈ উত্তাল বাংলাদেশ, মৃত্যু হ’ল ১৩ জনকৈ প্ৰতিবাদকাৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 29, 2021 12:30 pm

1 min read

‘মৌত কা সদাগৰ’! মোদীৰ ভ্ৰমণক লৈ উত্তাল বাংলাদেশ, মৃত্যু হ’ল ১৩ জনকৈ প্ৰতিবাদকাৰী
2.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শেহতীয়াকৈ সামাজিক মাধ্যমত ‘মৌত কা সদাগৰ’ অৰ্থাৎ ‘মৃত্যুৰ সদাগৰ’ হিচাপে নাম দিয়া হৈছে।

শেহতীয়াকৈ সমাপ্ত কৰা তেওঁৰ বাংলাদেশ ভ্ৰমণক লৈ দেশখন প্ৰতিবাদত উত্তাল হৈ আছে।

বাংলাদেশৰ স্বাধিনতাৰ অৰ্ধশতবাৰ্ষিকী উপলক্ষে তেওঁ দেশখন ভ্ৰমণ কৰিছিল।

বাতৰিমতে, এতিয়ালৈকে ১৩জনকৈ প্ৰতিবাদকাৰী সুৰক্ষা বাহিনীৰ হাতত প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে ৫জন আৰু শনিবাৰে ৬জন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল।

আনহাতে, দেওবাৰে পুনৰ ২জন প্ৰতিবাদকাৰীৰ মৃত্যু হয়।

প্ৰতিবাদকাৰী দুজন দেশখনৰ পূব প্ৰান্তৰৰ ব্ৰাহ্মণবাৰীয়া জিলাৰ বাসিন্দা।

দুয়োজন প্ৰতিবাদকাৰী ‘হেফাজত-ই-ইচলাম’ নামৰ উগ্ৰ ইছলামিক সংগঠনটোৰ সদস্য।

সংগঠনটোৱে মোদীয়ে ভাৰতত মুছলিমৰ বিৰুদ্ধে সাম্প্ৰদায়িক হিংসাক উদ্‌গণি যোগোৱাৰ অভিযোগত প্ৰতিবাদ কৰিছিল।

এই উগ্ৰ ইচলামিক সংগঠনটোৰ বাদেও দেশখনৰ বিৰোধী ৰাজনৈতিক দলৰ যুৱ বাহিনী আৰু বাওঁপন্থী সংগঠনসমূহেও মোদীৰ বাংলাদেশ ভ্ৰমণক লৈ শুকুৰবাৰে আৰু শনিবাৰে প্ৰতিবাদ সাব্যষ্ট কৰিছিল।

Recent News

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

Mantri

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

a myanmar

ৰঙালীৰ ৰং: শিৱসাগৰত সদৌ অসম ভিত্তিত কণী যুঁজ আৰু মুকলি বিহু প্ৰতিযোগিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd