• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী-মানুহৰ সংঘাতৰ পৰিণতি! ডিগবৈ, জয়পুৰত মৃত অৱস্থাত উদ্ধাৰ দুটা বনৰীয়া হাতী

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
October 9, 2022 9:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Two wild elephants were found dead ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত শনিবাৰে দুটা বনৰীয়া হাতী মৃত অৱস্থাত পোৱা গৈছে। ডিগবৈ আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ পৰা হাতীৰ মৃতদেহ দুটা উদ্ধাৰ কৰা হৈছে।

বন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে শনিবাৰে পুৱা ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ ৰেঞ্জৰ অন্তৰ্গত গুলমাৰী অঞ্চলৰ পৰা এটা মতা হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বন বিষয়াসকলে জয়পুৰ ৰেঞ্জৰ চুকুনজুৰি পথৰ ওচৰত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰবাহিত তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত হাতীটো বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ কৰিছে।

Apply Now

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত চিবিআইয়ে সোধপোছ কৰিলে প্ৰাক্তন ৰাজ্যপালক; চলিল তালাচীও!

একেদৰে, শনিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পোৱাই চাহ বাগিচাৰ বন গাওঁত গাওঁবাসীয়ে আন এটা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

সূত্ৰসমূহে কয় যে হাতীটো বহু দিনৰ আগতে আঘাতপ্ৰাপ্ত হৈছিল আৰু চিকিৎসা চলি থকাৰ সময়তে শনিবাৰে তাৰ মৃত্যু হয়।

বনাঞ্চল সংকুচিত হোৱাৰ ফলত হাতী-মানুহৰ সংঘাত বাঢ়ি আহিছে। হাতীবোৰে সঘনাই খাদ্যৰ সন্ধানত মানুহৰ বাসস্থানৰ ফালে আগবাঢ়িছে যাৰ ফলত সংঘাত হৈছে।

এগৰাকী পৰিৱেশবিদ দেৱজিত মৰাণে কয়, “হাতীৰ কৰিডৰত বাধা অহাৰ বাবে হাতীবোৰ মানুহৰ বাসস্থানত প্ৰৱেশ কৰিছে। মানুহৰ বেদখলৰ বাবে বেছিভাগ হাতীৰ কৰিডৰ অৱৰোধ হৈছে।”

“বেদখলৰ বাবে বগাপানী হাতী কৰিডৰ বন্ধ হৈ পৰিছে। হাতী কৰিডৰৰ ওচৰত বহুতো ঘৰ নিৰ্মাণ কৰা হৈছে যাৰ ফলত কৰিডৰৰ মাজেৰে হাতী পাৰ হোৱাত সমস্যাৰ সৃষ্টি কৰিছে। গোলাই টাৰ্মিনেল যিটো আগতে এটা হাতী কৰিডৰ আছিল সেইটোও বন্ধ হৈছে,”-মৰানে কয়।

তেওঁ লগতে প্ৰশ্ন কৰে, ‘য’ত এটা হাতী কৰিডৰ আছিল সেই বনভূমি বিক্ৰী কৰাৰ আৰু সেই অঞ্চলত মানুহক বসতি স্থাপন কৰিবলৈ কোনে অনুমতি দিছিল।‘’

লগতে পঢ়ক: ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

মৰানে কয়, “স্থানীয় গুণ্ডাবাহিনী আৰু তেওঁলোকৰ অনুগতসকলে প্ৰশাসন পৰিচালনা কৰে আৰু হাতীৰ কৰিডৰত বেদখল কৰে। ইয়াৰ আগতে হাতীৰ চলাচলৰ বাবে এক সুৰক্ষিত পথ বগাপানী হাতী কৰিডৰ আৰু গোলাই টাৰ্মিনেলৰ দৰে এলেকা এতিয়া বন্ধ কৰি হৈছে। সংশ্লিষ্ট বিভাগে বিষয়টো তদন্ত কৰা উচিত আৰু বনভূমি বিক্ৰীৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত।‘’

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd