• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এসপ্তাহতেই দুবাৰকৈ উদগীৰণ : পুনৰ সক্ৰিয় ভাৰতৰ একমাত্ৰ আগ্নেয়গিৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2025 6:30 am
85
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসপ্তাহত দুবাৰকৈ আগ্নেয় উদগীৰণ ঘটিছে ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিত। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ নিৰ্জন বেৰেন দ্বীপত ১৩ আৰু ২০ ছেপ্টেম্বৰত দুবাৰকৈ লাভা আৰু ধোঁৱা দেখা গৈছে।

যদিও এই উদগীৰণ বৃহৎ পৰিমাণৰ নাছিল তথাপি বিশেষজ্ঞ সকলে ইয়াক সহজভাবে লোৱা নাই। কাৰণ, দ্বীপটো এটা সক্ৰিয় ভূতাত্ত্বিক অঞ্চলত অৱস্থিত, য’ত যিকোনো সময়ত ডাঙৰ উদগীৰণৰ সৃষ্টি হ’ব পাৰে।

Apply Now

উল্লেখ্য যে বেৰেন দ্বীপত প্ৰথমটো উদগীৰণ হৈছিল ১৭৮৭ চনত। ২০৪ বছৰীয়া দীৰ্ঘদিনীয়া নিস্তব্ধতাৰ পিছত ১৯৯১ চনত আগ্নেয়গিৰিটো অতি শক্তিৰে সাৰ পাই উঠিছিল। ২০০৫, ২০১৭ আৰু ২০২২ চনত সৰু-বৰ উদগীৰণ হৈছিল। এই বছৰৰ ছেপ্টেম্বৰ মাহত হোৱা বিস্ফোৰণ সেই ধাৰাটোৰেই অংশ।

২০ ছেপ্টেম্বৰৰ উদগীৰণৰ মাত্ৰ দুদিন পূৰ্বে সেই অঞ্চলত ৪.২ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হৈছিল।

এই বিষয়ে ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অ’ পি মিশ্ৰই কয় যে বেৰেন দ্বীপৰ তলত প্ৰায় ১৮-২০ কিলোমিটাৰ গভীৰতাত অৱস্থিত মেগমা চেম্বাৰত হোৱা ভূমিকম্পৰ ফলত এই লাভা নিৰ্গত হৈছে।

–#India’s only Active volcano 'Barren Island,' Andaman & Nicobar got activated on 20 Sep'25
-Video by #IndianNavy warship on patrol pic.twitter.com/RJmMArzrJq

— Insightful Geopolitics (@InsightGL) September 22, 2025

তেওঁ কয়, ‘ভূমিকম্পৰ কম্পনে মেগমা চেম্বাৰত চাপৰ সৃষ্টি কৰিছিল আৰু আগ্নেয়গিৰিটো পুনৰ উদগীৰণ ঘটাইছিল। সেয়েহে বিজ্ঞানীসকলে বিশ্বাস কৰে যে বেৰেন দ্বীপত ভূমিকম্প আৰু প্ৰতিটো উদগীৰণৰ মাজত এটা যোগসূত্ৰ বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ।

বেৰেন দ্বীপ হৈছে জনবসতিহীন, ইয়াত মাত্ৰ সামান্য পৰিমাণৰ গছ-গছনি আৰু বন্যপ্ৰাণী আছে। দ্বীপটোৰ আকাৰ প্ৰায় ৩.২ বৰ্গ কিলোমিটাৰ আৰু সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২ কিলোমিটাৰ উচ্চতাত অৱস্থিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd