• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেপালৰ নিৰ্বাচনত পৰাজিত দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী; বলেন্দ্ৰৰ ছুনামীৰ মাজতে জয় প্ৰচণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2026 9:48 am
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ নিৰ্বাচনত তিনিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰে দুজনে পৰাজিত হৈছে। অৱশ্যে ‘বলেন্দ্ৰ ছুনামী’ৰ মাজতে আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল ওৰফে ‘প্ৰচণ্ড’ই কোনোমতে জয়লাভ কৰে।

নেপালৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আগবাঢ়িছে। যোৱা ছেপ্টেম্বৰ মাহত নেপালত ‘গণ অভ্যুত্থান’ সংঘটিত হৈছিল। জেন জেডে তাত চৰকাৰ সলনিৰ আহ্বান জনায়। ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি নতুন প্ৰজন্মৰ পছন্দৰ দল।

Apply Now

২০২২ চনত গঠন হোৱা এই দলটোৱে নেপালত চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত হৈছে। দেওবাৰে সন্ধিয়ালৈকে ১৫৬খন আসনৰ ভিতৰত ১২০খন আসনৰ ফলাফল ঘোষণা কৰা। ইয়াত বলেন্দ্ৰ শ্বাহৰ দলে দুই তৃতীয়াংশ আসন লাভ কৰিছে। কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহ নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব।

ঝাপা-৫ সমষ্টিৰ পৰা বলেন্দ্ৰই জয়লাভ কৰে। সেই সমষ্টিত নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলিয়ে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সমষ্টিত কেপি অলিক ৫০ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰিছে বলেন্দ্ৰ শ্বাহে। কে পি অলি চাৰিবাৰৰ প্ৰধানমন্ত্ৰী আছিল। ঝাপা-৫ আছিল তেওঁৰ দুৰ্গ। ইমান দিনে সেই সমষ্টিৰ পৰাই তেওঁ জয়ী হৈছিল। নতুন প্ৰজন্মৰ ওপৰত আস্থা ৰাখি ঝাপা-৫ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল বলেন্দ্ৰই।

প্ৰসংগক্ৰমে যোৱা বছৰৰ ৯ ছেপ্টেম্বৰত জেন জেড প্ৰতিবাদৰ বাবে অলিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল।

কেৱল অলিয়েই নহয়, আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ নেপালো নিৰ্বাচনত পৰাস্ত হয়। ৰাউতহাট-১ সমষ্টিত আৰ এছ পিৰ ৰাজেশ কুমাৰ চৌধুৰীৰ হাতত তেওঁ পৰাস্ত হয়। আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰগতিশীল লোকতান্ত্ৰিক পাৰ্টিৰ সভাপতি বাবুৰাম ভট্টৰাইয়ে গোৰ্খা-২ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। অৱশ্যে সেয়া তেওঁ প্ৰত্যাহাৰ কৰে।

অৱশ্যে পুষ্পকাল দহল ওৰফে ‘প্ৰচণ্ড’ জয়ী হয়। প্ৰতিবাৰেই তেওঁ নতুন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰো তেওঁ তাকেই কৰে। এইবাৰ তেওঁ ৰুকুম ইষ্ট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।

মন কৰিবলগীয়া যে ২০২২ চনত তেওঁ গোৰ্খা-২ সমষ্টিৰ পৰা আৰু আগৰবাৰ চিটৱান-৩ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৩ চনত কাঠমাণ্ডু-১০ সমষ্টিৰ পৰা পৰাস্ত হৈছিল যদিও ছিৰাহা-৫ সমষ্টিৰ পৰা জয়ী হৈছিল।

নেপালৰ প্ৰাক্তন সাংসদ সুনীল বাবু পণ্টে কয়, ‘প্ৰতিবাৰেই প্ৰচণ্ডই নতুন আৰু নিৰাপদ সমষ্টিৰ সন্ধান কৰে। ৰুকুম ইষ্ট সমষ্টিটো এসময়ত মাওবাদীৰ দুৰ্গ আছিল। সেইবাবেই তেওঁ সেই সমষ্টিটো বাছি লৈছিল।’ ইয়াৰ সমান্তৰালকৈ প্ৰচণ্ডই দলটোৰ নাম সলনি কৰি নেপালী কমিউনিষ্ট পাৰ্টি ৰাখে।

অৱশ্যে পৰিৱৰ্তনৰ বতাহত কেৱল প্ৰাক্তন প্ৰধানমন্ত্ৰী দুগৰাকীয়ে পৰাস্ত হৈছে এনে নহয়, একাধিক হেভিৱেট প্ৰাৰ্থীও পৰাজিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd