• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৰ্মান্তিক! খেলিছিল লুকাভাকু; আইচক্ৰীমৰ ফ্ৰীজাৰত উদ্ধাৰ দুটি শিশুৰ নিথৰ দেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2022 8:45 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ অন্যতম প্ৰিয় খেল হ’ল লুকাভাকু। শিশুৱে অত্যন্ত গোপন স্থানত লুকাবলৈ চেষ্টা কৰে যাতে সমনীয়াই সহজতে বিচাৰি উলিয়াব নোৱাৰে।কিন্তু এনেকুৱা স্থানত যদি লুকাই পৰে যিটো কোনেও কেতিয়াও চিন্তাই কৰিব নোৱাৰে!

এনে কাণ্ডৰ বাবে কৰ্ণাটকত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা যাৰ বাবে দুটি শিশুৱে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। লুকাভাকু খেলি থকাৰ সময়ত সমনীয়াসকলক চমক দিবলৈ শিশু দুটিয়ে এটা পৰিত্যক্ত আইচক্ৰীম ফ্ৰীজাৰত সোমাই পৰে।

তাৰপৰা তেওঁলোকে ওলাই আহিব নোৱাৰিলে। ফলত উশাহ বন্ধ হৈ এটি ১২বছৰীয়া আৰু আনটি ৭ বছৰীয়া কন্যা শিশু মৃত্যুমুখত পৰে। স্বাভাৱকিতে এই ঘটনাই অঞ্চলটোৰ সকলোকে শোকস্তব্ধ কৰি তুলিছে।

Apply Now

লগতে পঢ়ক: ডোনাল্ড ট্ৰাম্পৰ ট্ৰুথ ছ’চিয়েলৰ জনপ্ৰিয়তাত উদ্বিগ্ন এলন মাস্ক! কি হ’ব টুইটাৰৰ?

কৰ্ণাটকৰ মাইশোৰ চহৰৰ সমীপৰ মাছাজ নামৰ এখন গাঁৱত বুধবাৰে এই মৰ্মান্তিক ঘটনাটো ঘটে। এই ঘটনাত ১২বছৰীয়া ভাগ্য আৰু ৭বছৰীয়া কাব্য নামৰ কন্যা শিশু দুটিৰ মৃত্যু ঘটিছে।  

আৰক্ষীয়ে জানিবলৈ দিয়া মতে সদায় খেলাৰ দৰে সিদিনাও শিশু দুটিয়ে সমনীয়াৰ সৈতে খেলি আছিল। কিন্তু লুকাভাকু খেলাৰ সময়ত সমনীয়াসকলক চমক দিবলৈ পথৰ কাষৰ এটা পৰিত্যক্ত আইচক্ৰীম গাড়ীৰ ফ্ৰীজাৰত ভাগ্য আৰু কাব্য  সোমাই পৰে। ভিতৰৰ পৰা তেওঁলোকে ফ্ৰীজাৰৰ ঢাকনিখনো বন্ধ কৰি দিয়ে।

ইয়াতেই বিপদ আহি পৰে শিশু দুটিৰ। স্বাভাৱিকভাৱে ঢাকনিখন বন্ধ হৈ পৰে। একমাত্ৰ বাহিৰৰ পৰাহে যে সেয়া খোলা সম্ভৱ সেইকথা তেওঁলোকে জনা নাছিল। কিছুসময় পিছতেই উশাহ বন্ধ হৈ মৃত্যু হয় শিশু দুটিৰ।

লগতে পঢ়ক:প্ৰেমিকৰ তেজ শুহি খোৱা হলিউদৰ অভিনেত্ৰী; নিজেই দিলে এই ভয়ংকৰ অভ্যাসৰ স্বীকাৰোক্তি!

কন্যা শিশু দুটি বহু দেৰিলৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ আৰম্ভ কৰে। তেওঁলোকৰ সমনীয়াৰ সৈতে কথা পাতি তেওঁলোকে জানিব পাৰে যে তেওঁলোকে সকলোৱে মিলি লুকাভাকু খেলিছিল। কিন্তু এটা সময়ত ভাগ্য আৰু কাব্যক তেওঁলোকে বিচাৰি উলিয়াব নোৱাৰিলে।

সমনীয়া শিশুসকলৰ কথাত অভিভাৱকৰ সন্দেহ হয় আৰু পথৰ পৰিত্যক্ত আইচক্ৰীম গাড়ীৰ ফ্ৰীজাৰ খুলিয়েই চকু থৰ হৈ পৰেপৰিয়ালৰ লোকৰ। ভিতৰত দুটি অবোধ শিশুৰ নিথৰ দেহ।

জানিব পৰা মতে আৰক্ষীক এই ঘটনা অৱগত কৰাৰ পূৰ্বেই পৰিয়ালৰ লোকে শিশু দুটিৰ শেষকৃত্য সম্পন্ন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd