DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কালান্তক কৰ’না! ভেকচিনৰ দ্বিতীয় ড’জ লোৱাৰ পাছতেই কৰ’নাত আক্ৰান্ত দুগৰাকী স্বাস্থ্যকৰ্মী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 9:49 am
corona-vaccine-7

প্ৰতিনিধিত্বমূলক ফটো।

287
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ ভেকচিন লোৱাৰ এদিনৰ পাছতেই কৰ’নাত আক্ৰান্ত হৈছে দুগৰাকী স্বাস্থ্যকৰ্মী।

মহাৰাষ্ট্ৰৰ ঝালনা জিলাৰ দুগৰাকী স্বাস্থ্যকৰ্মীয়ে এদিন পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিনৰ দ্বিতীয় ড’জ। তাৰপাছতো তেওঁলোকৰ দেহত দেখা দিয়ে কৰ’নাৰ লক্ষণ।

বাতৰি অনুসৰি, তেওঁলোকৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু তাতেই কৰ’না পজিটিভ ধৰা পৰিছে। এই ঘটনাৰ পাছত সাধাৰণ লোকৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে।

এডিশ্যনেল চিভিল চাৰ্জন পদ্মজা স্ৰফে কয় যে কৰ’নাৰ ভেকচিন লোৱাৰ কমেও ৪২দিন পাছত শৰীৰত এন্টিবডী তৈয়াৰ হ’বলৈ আৰম্ভ কৰে। সেয়েহে, ভেকচিন লোৱাৰ পাছতো মাস্ক পৰিধান কৰা তথা সামাজিক দূৰত্ব বজাই ৰখাটো খুবেই জৰুৰী।

আনহাতে, কোভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ গ্ৰহণ কৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কয়,’’ অহা দিনবোৰত এনেকুৱা কিছুমান স্থান থাকিব পাৰে য’ত লকডাউন অনিবাৰ্য হ’ব পাৰে। আমি সেই বিষয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল’ম।‘’

কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে অহা ১৫ মাৰ্চৰ পৰা ২১মাৰ্চলৈকে লকডাউন জাৰি কৰা হৈছে। লকডাউনৰ নিৰ্দেশনা অনুসৰি, জিলাৰ সকলো স্কুল-কলেজ তথা শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। তদুপৰি, ৰাজনৈতিক আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ অনুমতিও দিয়া নহয়।

কিছুদিন পূৰ্বে জনোৱা হৈছিল যে কৰ’না সংক্ৰমণ বৃদ্ধি পালে লকডাউন ঘোষণা কৰা হ’ব। মাত্ৰ কিছুদিন পূৰ্বেহে মহাৰাষ্ট্ৰৰ একাধিক জিলাৰ পৰা লকডাউন উঠাই লোৱা হৈছিল।

Recent News

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd