• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জম্মু-কাশ্মীৰত পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা : নিহত ২৮ জন, শতাধিক আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2025 8:21 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইমাহমানৰ পিছত আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ইফালে জম্মু-কাশ্মীৰত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছে আক্ৰমণ। মঙলবাৰে পহলগামত উগ্ৰপন্থীয়ে গুলীচালনা কৰে এদল পৰ্যটকৰ ওপৰত। খবৰ অনুসৰি এই ঘটনাত এতিয়ালৈকে ২৮ জন লোকৰ মৃত্যু হৈছে।

সূত্ৰই জনোৱা মতে, মঙলবাৰে বিয়লি পহলগামৰ ভৈষ্ৰণ উপত্যকাত উগ্ৰপন্থীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰে। খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী সেই স্থানত উপস্থিত হয়। অতিৰিক্ত সৈন্যও মোতায়েন কৰা হয়।

Apply Now

সূত্ৰ অনুসৰি পৰ্যটকৰ উপৰিও আহতসকলৰ ভিতৰত স্থানীয় গাঁৱৰ একাংশ বাসিন্দাও আছে। শতাধিক জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে অধিকাংশই ৰাজস্থানৰ বাসিন্দা।

যোৱা কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। শেহতীয়াকৈ উগ্ৰপন্থী আৰু সেনাৰ মাজত বাৰে বাৰে সংঘৰ্ষৰ সৃষ্টি হৈছে।

অৱশ্যে ইয়াৰ পূৰ্বে ভাৰতীয় সেনাই তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰিছিল। নিহতসকলৰ ভিতৰত এজন জৈছ-ই-মহম্মদ উগ্ৰপন্থী গোটৰ অধিনায়ক ছয়ফুল্লা। বাকী উগ্ৰপন্থী দুজনৰ নাম ফাৰ্মান আৰু বাছা। দুয়োজনেই জৈছৰ সদস্যও।

নিৰাপত্তা বাহিনীৰ হাতত থকা তথ্য মতে জম্মু-কাশ্মীৰৰ একাধিক জিলাত পাকিস্তানী সন্ত্ৰাসবাদীৰ এটা বৃহৎ দল বিয়পি আছে । আক্ৰমণকাৰী কোন সংস্থাৰ সেয়া এতিয়াও নিশ্চিত হোৱা নাই।তাৎপৰ্যপূৰ্ণভাৱে পহলগাম চহৰ কাশ্মীৰ আৰু গুলমাৰ্গৰ পিছত জম্মু-কাশ্মীৰৰ তৃতীয় বৃহত্তম পৰ্যটন কেন্দ্ৰ। অমৰনাথ যাত্ৰাৰ দুটা পথৰ ভিতৰত এটা হ’ল পেহলগামলৈ যোৱা এই পথ। এনে পৰিস্থিতিত পৰ্যটকৰ ওপৰত আক্ৰমণৰ খবৰে স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে।

সুত্ৰৰ খবৰ অনুসৰি গুলি চলোৱাৰ পূৰ্বে সন্ত্রাসবাদী দলে পর্যটকক ধর্মীয় পৰিচয় সুধিছে। এই ঘটনাক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰা প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে শ্রীনগৰলৈ ৰাওনা হৈছে গৃহমন্ত্রী অমিত শ্বাহা ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়েও কৰিছে বিশেষ টুইট।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd