DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত পিঞ্জৰাবদ্ধ দুটা নাহৰফুটুকী; তীব্ৰবেগী বাহনৰ খুন্দাত নিহত আন এটা

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
May 8, 2023 7:55 am
1.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বন বিভাগে দেওবাৰে (০৭ মে’) ডিব্ৰুগড় জিলাত দুটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰাৰ বিপৰীতে  আন এটা নাহৰফুটুকীক তীব্ৰবেগী বাহনে খুন্দিয়াই নিহত কৰে।

বন বিভাগৰ বিষয়াসকলে জনোৱা মতে, দেওবাৰে পুৱা ডিকমৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা পূৰ্ণবয়স্ক নাহৰফুটুকী মৃত অৱস্থাত উদ্ধাৰ হয়।

বন বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বাঘটোৱে হয়তো ঘাইপথ পাৰ হ’বলৈ চেষ্টা কৰিছিল য’ত তীব্ৰবেগী বাহনে খুন্দা মৰাৰ ফলত মৃত্যু হয়।

লগতে পঢ়ক: চখেই কাল হ’ল! ঘোঁৰা দৌৰাবলৈ গৈয়েই মৃত্যু মাতিলে মিছ ইউনিভাৰ্ছ প্ৰতিযোগীয়ে

আনহাতে, দেওবাৰে ডিব্ৰুগড় জিলাৰ মাইজান আৰু চিঙলিজান চাহ বাগিচাত এটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰা হয়।

এই বাগিচা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ পোৱাৰ পিছতে বন বিভাগৰ লোকে এই বাগিচাত পিঞ্জৰা স্থাপন কৰিছিল।

 ‘’বনাঞ্চলৰ পৰিমান সংকুচিত হোৱাৰ বাবেই অসমত মানুহ-বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাই আহিছে। সমস্যাটো সোনকালে সমাধান কৰা উচিত,’’-এগৰাকী পৰিৱেশবিদে এইদৰে কয়।

লগতে পঢ়ক: চাণক্য নীতি: এনে বন্ধুৰ পৰা সাৱধান হওক, নহ’লে হ’ব পাৰে ডাঙৰ বিপদ

পৰিৱেশবিদগৰাকীয়ে লগতে কয়, “গাঁও অঞ্চলসমূত বহু সময়ত নাহৰফুটুকীৰ বিচৰণ দেখা গৈছে। খাদ্যৰ সন্ধানত সিঁহতে মানুহৰ বসতিৰ দিশে ঢাপলি মেলিছে। ইয়াৰ ফলত সংঘাতৰ সৃষ্টি হৈছে।‘’

Recent News

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd