• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জালত দুজন দুৰ্ধৰ্ষ উগ্ৰপন্থী, বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2020 12:29 pm

1 min read

আৰক্ষীৰ জালত দুজন দুৰ্ধৰ্ষ উগ্ৰপন্থী, বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

প্ৰতিনিধিত্বমূলক চিত্ৰ

5.2k
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদী সংগঠন ‘দ্যা ৰেজিষ্টেন্স ফ’ৰ্চ’ৰ দুজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক শুকুৰবাৰে সন্ধিয়া জম্মুৰ স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত আজি পুৱা জানিবলৈ দি আৰক্ষীয়ে কয় যে সন্ত্ৰাসবাদী দুজনৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে বৃহৎ পৰিমানৰ বোমা-বাৰুদ জব্দ কৰা হৈছে।

আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে সন্ধিয়া আৰক্ষী বাহিনীৰ এটা বিশেষ অভিযানকাৰী দলে কাজীগুণ্ডৰ চুৰথ নিবাসী ৰইছ আহমদ আৰু কুলগামৰ আছমুজিৰ নিবাসী চবজাৰ আহমদ শ্বেখক গ্ৰেপ্তাৰ কৰে।

এই দুয়োজন সন্ত্ৰাসবাদীয়ে এখন কাৰত শ্ৰীনগৰলৈ গৈ থকা অৱস্থাত নৰৱল বাইপাছৰ পৰা গ্ৰেপ্তাৰ কৰে।

এটা বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতেই আৰক্ষীৰ বিশেষ অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সদস্য দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।

এজন আৰক্ষী বিষয়াই কয়, ‘নিয়মীয়া তালাচী চলি থকাৰ সময়ত এখন কাৰ ঘটনাস্থলৰ পৰা পলাবলৈ চেষ্টা কৰে। লগে লগে আমাৰ দলে তেওঁলোকৰ বাহনখন পিছা কৰাত লোক দুজন ধৰা পৰে। লোক দুজনৰ পৰা এটা বেগ উদ্ধাৰ হয়’।

উগ্ৰপন্থী সদস্য দুজনৰ পৰা এটা একে ৰাইফল, এটা পিষ্টলৰ লগেতে মেগজিন আৰু বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd