• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুলবশত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা পিঅ’কেৰ দুই কিশোৰীক মিঠাই আৰু উপহাৰৰ টোপোলাৰে বিদায় দিলে ভাৰতীয় সেনাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 7, 2020 6:51 pm

1 min read

ভুলবশত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা পিঅ’কেৰ দুই কিশোৰীক মিঠাই আৰু উপহাৰৰ টোপোলাৰে বিদায় দিলে ভাৰতীয় সেনাই

উৎস-ইণ্টাৰনেট

444
VIEWS
Share on FacebookShare on Twitter

পাকিস্তান দখলীকৃত কাশ্মীৰ (পিঅ’কে)ৰ দুগৰাকী কিশোৰীয়ে ভুলবশত লাইন অফ কন্ট্ৰোল পাৰ হৈ জম্মু-কাশ্মীৰৰ পুঞ্চত উপস্থিত হৈছিল।

ভাৰতীয় সেনা বাহিনীয়ে সীমান্ত অতিক্ৰমী ভাৰত ভূমিত প্ৰৱেশ কৰা পিঅ’কেৰ কিশোৰী দুগৰাকীক আটক কৰে।

আটক হোৱা পিঅ’কেৰ কিশোৰী দুগৰাকী লাইবা জাবেইৰ আৰু চানা জাবেইৰ বুলি সেনা বাহিনীৰ তৰফৰ পৰা সদৰী কৰে।

পৰৱৰ্তী সময়ত ভাৰতীয় সেনাবাহিনীয়ে ১৩ বছৰীয়া আৰু ১৭ বছৰীয়া লাইবা আৰু চানাক মিঠাইৰ টোপোলা আৰু বিভিন্ন ধৰণৰ উপহাৰ দি নিজ দেশলৈ ঘুৰাই পঠায়।

পাকিস্তানী সেনা বাহিনী আৰু সাধাৰণ নাগৰিকৰ উপস্থিতিত দুয়োগৰাকী কিশোৰীক ভাৰতীয় সেনা বাহিনীয়ে নিজ দেশৰ হাতত অৰ্পন কৰে।

দুয়োগৰাকী কিশোৰীক উপহাৰ আৰু মিঠাইৰ টোপোলাৰ লগতে ভবিষ্যত জীৱনত সফল হোৱাৰ বাবেও ভাৰতীয় সেনা বাহিনীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতীয় সেনা বাহিনীৰ এনে মহানুভৱতাৰ কথা ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ভাৰতীয় সেনা বাহিনীৰ এনে মহানুভৱতাক উচ্চ প্ৰশংসা কৰে।

‘ভাৰতীয় সেনা বাহিনীয়ে সদায় মানৱতাক অগ্ৰাধিকাৰ দি আহিছে,’ এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এইদৰে লিখে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd