• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মধ্যপ্ৰদেশৰ বাছ দুৰ্ঘটনা : ২০ মহিলা ২ শিশুসহ নিহত সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 17, 2021 2:44 pm

1 min read

index
216
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ শোকাৱহ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯ জনলৈ বৃদ্ধি পাইছে।

বুধবাৰে পুৱা আৰু দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকাৱহ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ সূত্ৰই।

বাছ দুৰ্ঘটনাটোত মৃত লোকসকলৰ মাজত ২০ গৰাকী মহিলাসহ ২ টি শিশুও আছে।

মংলবাৰৰ সন্ধিয়ালৈকে এই শোকাৱহ বাছ দুৰ্ঘটনাটোত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪৭ গৰাকী বুলি প্ৰকাশ কৰা হৈছিল।

কেন্দ্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী আৰু মধ্যপ্ৰদেশ ৰাজ্যিক প্ৰশমন বাহিনীৰ ৬০০ গৰাকী জোৱানে যৌথভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে যোৱা মংগলবাৰে পুৱা ৭.৩০ বজাত মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা ৫৬০ কিলোমিটাৰ দূৰত্বৰ চিদ্ধি জিলাৰ পাটনাত এটা নলাৰ ওপৰত থকা দলঙৰ পৰা যাত্ৰীৰে পৰিপূৰ্ণ এখন বাছ দ নলাৰ বুকুত বাগৰি পৰাৰ ফলতে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।

ইতিমধ্যে দুৰ্ঘটনাটোত নিহত পৰিয়ালবৰ্গক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে আৰু ২ লাখ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ লাখ টকাৰ আৰ্থিক  সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd