• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্থানীয় ৰাইজৰ বহু প্ৰত্যাশিত টীয়কৰ জাঁজী নদীৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন

লোক নিৰ্মাণ বিভাগৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ আঁচনিৰ অধীনত নিৰ্মাণ হ'ব এইখন দলং

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , December 2, 2020 5:44 pm

2 min read

Screenshot_2020-12-02-16-52-18_1
197
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰিত জাঁজী নদীৰ ওপৰত আজি টীয়ক সমষ্টিৰ বিধায়িকাৰ নেতৃত্বত তথা টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ প্ৰত্যক্ষ সহযোগিতাত ৰাইজৰ দীৰ্ঘদিনীয়া বহু প্ৰত্যাশিত এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰা হয়।

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ আঁচনিৰ অধীনত আৰম্ভ হ’বলগীয়া এইখন দলঙৰ ফলত প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ আৰ্থ-সামাজিক উন্নয়নত বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰিছে অঞ্চলবাসীয়ে।

যোৰহাট আৰু টীয়কৰ লোক নিৰ্মাণ বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ উপস্থিতত এক উৎসৱ মুখৰ পৰিৱেশত আজি আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাইl

উল্লেখ্যযোগ্য যে বিগত সময়ত উক্ত স্থানত এখন পকী দলঙৰ দাবী উত্থাপন কৰি অহা বিভিন্ন সংবাদ মাধ্যম, জাতীয় সংগঠনৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে নৈপৰীয়া ৰাইজে।

উল্লেখযোগ্য যে এই দলঙৰ আধাৰশিলাৰ পূৰ্বে টীয়ক গুৱালগাঁও এজাৰগুৰি সংযোগী পথৰ ওপৰত থকা জৰাজীৰ্ণ লোহাৰ দলঙৰ পৰিবৰ্তে এখন স্থায়ীভাৱে পকী দলঙৰ কামৰো আধাৰশিলা স্থাপন কৰে বিধায়িকা ৰেণুপমা ৰাজখোৱাই।

দুয়োখন দলঙৰ একে দিনাই আধাৰশিলা কৰি অগপই সমষ্টিটোত একপ্ৰকাৰৰ নিৰ্বাচনৰ ৰণ দুন্দুভি বজাইছে বুলি একাংশই মন্তব্য কৰিছে যদিও প্ৰকৃততে এই আধাৰশিলাই ৰাইজৰ বহুদিনীয়া দুখ-কষ্ট তথা যাতায়াতৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে বুলি অনুভৱ কৰি  সোনকালে  দলঙখন সম্পূৰ্ণ কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে সকলোৱে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd