• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিয়ান ৰাইনো ভিশ্যন আঁচনিৰে কাজিৰঙাৰ পৰা মানাহলৈ স্থানান্তৰিত হ’ব গঁড়

উত্তম শইকীয়া by উত্তম শইকীয়া
February 13, 2020 7:30 am
Rhino.

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ বনবিভাগে ২০০৫ বৰ্ষতে আৰম্ভ কৰা ইণ্ডিয়ান ৰাইনো ভিশ্যন ২০২০ অভিলাষী আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ গঁড়ৰ আৱাস ভূমিত ভাৰতীয় গঁড়ৰ সংখ্যা ৩০০০ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ কেতবোৰ আৱাস আৰু গঁড়ৰ সংখ্যা সুৰক্ষিত কৰাও আছিল এই আঁচনিৰ আন এক উদ্দেশ্য।

Apply Now

এই উদ্দেশ্যৰে ইণ্ডিয়ান ৰাইনো ভিশ্যন ২০২০ ৰ অধীনত অহা ২২ ফেব্ৰুৱাৰিত কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুটা গঁড় স্থানান্তৰণৰ পৰিকল্পনা কৰিছে বন বিভাগে।

ৱাইল্ড টু ৱাইল্ড ব্যৱস্থাপনাৰে এই দুটা গঁড় কাজিৰঙাৰ পৰা মানাহলৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে ৷ এই উদ্দেশ্যৰে অহা ২১ ফেব্ৰুৱাৰিত কাজিৰঙালৈ আহিব বিশেষজ্ঞৰ এটা দল।

এই দলটোৱে কাজিৰঙাত গঁড় কৰায়ত্ব কৰাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি সেউজ সংকেত দিলে ২২ ফেব্ৰুৱাৰিত চেতনা নাশক প্ৰয়োগ কৰি দুটা গঁড় কৰায়ত্ব কৰি মানাহলৈ নিয়াৰ পৰিকল্পনা কৰিছে বন বিভাগে।

এই সমগ্ৰ পৰিকল্পনাত বিশ্ব প্ৰকৃতি নিধি , আৰণ্যক আৰু ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনে অসমৰ বন বিভাগক সহায় কৰিব।

উল্লেখ্য যে আই আৰ ভি ২০২০ আঁচনিৰ বাবে কেন্দ্রীয় বন মন্ত্র্যালয়ৰ পৰা মুঠ ২০ টা গঁড় মানাহ ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ কৰাৰ অনুমতি লাভ কৰিছিল। ইতিমধ্যে বিগত সময়ছোৱাত ১৮ টা গঁড় কাজিৰঙা আৰু পবিতৰাৰ পৰা মানহলৈ স্থানান্তৰ কৰা হৈছে।

ইয়াৰে ১০ টা গঁড় পবিতৰা বন্যপ্রাণী অভয়াৰণ্য আৰু ৮ টা গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰু কাজিৰঙাৰ পাণবাৰীত থকা বন্য প্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা ১৭ টা মুঠ ৩৫ টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছিল।

শেষতীয়াকৈ ২০১২ চনত কাজিৰঙাৰ পৰা দুটা গঁড় মানাহলৈ নিয়াৰ পাছত সম্প্ৰতি পুনৰ দুটা গঁড় মানাহ নিয়াৰ পৰিকল্পনা কৰিছে বন বিভাগে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান গঁড়ৰ সংখ্যা বৃদ্ধি হৈ ৪১ টা হৈছেগৈ। বিগত সময়ছোৱাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ে ২৫ টা পােৱালীৰ জন্ম দিছে।

ইয়াৰ পাছত সকলো ঠিকে থাকিলে ২২ কাজিৰঙাৰ বাগৰিৰ পৰা আৰু দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ’ব।

২০২০ বৰ্ষত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ সংখ্যা ৩০০০ কৰাৰ লগতে কাজিৰঙাৰ উপৰি গঁড়ৰ বাবে আৰু কেতবোৰ সুৰক্ষিত আৱাসৰ লগতে এক সুস্থ জনসংখ্যা গঢ়ি তোলাই হ’ল বন বিভাগৰ প্ৰধান লক্ষ্য।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd