DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত ভূমিস্খলনৰ বাবে বিদ্যালয়ৰ দেৱাল খহি দুগৰাকী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2019 1:02 pm
Arunachal pradesh school

অৰুণাচলৰ বিদ্যালয়খনৰ দৃশ্য। ফটো সৌজন্য-টাইম-৮

1.1k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত ১১ জুলাইত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত এখন আৱাসিক বিদ্যালয়ৰ বেৰ খহি পৰাৰ ফলত দুগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ উপৰিও আন তিনিগৰাকী শিক্ষাৰ্থী আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটো শোকস্তব্ধ কৰি তুলিছে।

উল্লেখযোগ্য যে, নেৰানেপেৰা বৰষুণে অৰুণাচল প্ৰদেশৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে। শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুৱা ছাত্ৰী দুগৰাকী পঞ্চম শ্ৰেণীত অধ্যয়নৰত ৰিনছিন লামু (১০) আৰু ষষ্ঠ শ্ৰেণীৰ ঝেনদেন ৱাংমু (১০) বুলি চিনাক্ত কৰা হয়।

আবেলি ৩.১৫ বজাত সংঘটিত হোৱা ভূমিস্খলনৰ সময়ত আৱাসিক বিদ্যালয়খনত প্ৰায় ১৯ গৰাকী ছাত্ৰী উপস্থিত আছিল।

অৰুণাচল প্ৰদেশত বিগত ৭২ ঘণ্টাত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সংঘটিত ভূমিস্খলনে ঠায়ে ঠায়ে ঘৰ-দুৱাৰ, দলং, ৰাস্তা আদি ধ্বংস কৰি বিস্তৰ ক্ষতিসাধন কৰিছে।

ভয়াবহ ভূমিস্খলনৰ বাবে ৰাজ্যখনৰ পশ্চিম কামেং জিলাৰ ভালুকপুং-চৰদুৱাৰ-টাৱাং সংযোগী পথটো ১১ জুলাই পৰ্যন্ত পঞ্চমদিনৰ বাবে বন্ধ হৈ আছে।

Recent News

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd