• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৯ দিনে সন্ধানহীন ফহুৰাবাৰী গাঁৱৰ দুজন ছাত্ৰ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , February 19, 2020 8:11 pm

1 min read

IMG-20200219-WA0026

সন্ধানহীন হৈ থকা ছাত্ৰ দুজন

462
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানৰ অধীনৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ফহুৰাবাৰী গাঁৱৰ পৰা ৯ দিনে সন্ধানহীন হৈ আছে দুজন ছাত্ৰ।

যোৱা ১১ ফেব্ৰুৱাৰিত নিজ গৃহৰ পৰা ছাত্ৰ দুজন বিদ্যালয়লৈ বুলি ওলাই যায় যদিও সন্ধিয়া পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত চিন্তিত পৰিয়ালৰ লোকে ওচৰৰ অঞ্চল সমূহত খবৰ কৰে যদিও সন্ধান উলিওৱাত ব্যৰ্থ্য হয়।

পৰৱৰ্তী সময়ত ছাত্ৰ দুজনে আশ্চৰ্যজনকভাৱে গুৱাহাটীৰ পৰা কোনো অচিনাকি নম্বৰ যোগে গাঁওবাসীক গুৱাহাটীত থকা বুলি জনায় যদিও কোন স্থানত আছে সেয়া নোকোৱাত ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰে।

সন্ধানহীন ছাত্ৰ দুজন একেখন গাঁৱৰে নৰেশ্বৰ বড়োৰ পুত্ৰ শগুনছৰ বড়ো (১৫) আৰু ৰবিৰাম বড়োৰ পুত্ৰ ইলাছ বড়ো (১৬) আৰু দুয়োগৰাকী সম্বন্ধত ভাই-ককাই।

দুয়োগৰাকী ছাত্ৰ আমবাৰী সৰুভেৰা হাইস্কুলত অধ্যয়নৰত আছিল যদিও হঠাৎ এইদৰে গুৱাহাটীত সন্ধানহীন হৈ পৰাক লৈ কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোক।

ছাত্ৰ-দুজনৰ কোনো সন্ধান লাভ নকৰি পৰিয়ালৰ লোকে ইতিমধ্যে কুমাৰীকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে ছাত্ৰ দুজনৰ সন্ধান লাভ কৰিলে 9957046849, 9957177920 নম্বৰত নতুবা তামুলপুৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd