• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুটবল খেল চলি থকাৰ সময়তে ব্ৰাছেলছত দুই ছুইডেন নাগৰিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2023 10:59 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুইডেন আৰু বেলজিয়ামৰ মাজত কিং বাউডুইন ষ্টেডিয়ামত চলি আছিল ফুটবল খেলখন। সেই ষ্টেডিয়ামৰ পৰা অলপ দূৰৈত সন্ত্ৰাসবাদীৰ আক্ৰমণত বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছ ৰক্তাক্ত হৈ পৰিল। বন্দুকধাৰীৰ গুলীচালনাত নিহত হৈছে ২ জন লোকৰ।

সোমবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছতে মেচখন পৰিত্যক্ত হৈ পৰে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডি ক্ৰুৱে কয় যে এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ। ইপিনে, এই ঘটনা আই এছ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বুলি ইতিমধ্যে পোহৰলৈ আহিছে। আনকি তেওঁলোকে ইজৰাইলী আক্ৰমণৰ প্ৰতিশোধ লোৱা বুলিও প্ৰকাশ পাইছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বন্দুকধাৰীয়ে হত্যা কৰা লোক দুজন ছুইডেনৰ নাগৰিক। আন এজন গুৰুতৰভাৱে আহত হৈছে। বন্দুকধাৰীয়ে ফ্লু’ৰেচেণ্ট কমলা ৰঙৰ জেকেট পিন্ধি আক্ৰমণ সংঘটিত কৰে। ছুইডেন নাগৰিক দুজনৰ হত্যাৰ পিছত তেওঁ স্কুটাৰত উঠি গুচি যায়। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে আৰক্ষীয়ে। অভিযুক্ত সন্ত্ৰাসবাদীৰ সন্ধান আৰম্ভ হৈছে।

Apply Now

লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধত নিহত কমেও দুগৰাকী ভাৰতীয় মূলৰ মহিলা; কোন তেওঁলোক?

স্থানীয় সূত্ৰই জনোৱা মতে সোমবাৰে সন্ধিয়া ৭ বজাত ছুইডেন আৰু বেলজিয়ামৰ মাজত খেলখন বাধাগ্ৰস্ত হয়। সেই সময়তে ব্ৰাছেলছৰ উত্তৰত থকা কিং বাউডুইন ষ্টেডিয়ামৰ পৰা কিছু দূৰৈত স্কুটাৰত অহা এজন বন্দুকধাৰীয়ে মুকলিকৈ গুলীচালনা কৰিছিল।

বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডি ক্ৰুৱে ছুইডেনৰ নাগৰিকক লক্ষ্য কৰি আক্ৰমণ কৰা বুলি মন্তব্য কৰে। সমগ্ৰ ঘটনাটোত স্তম্ভিত হৈ ক্ৰুৱে ছুইডেনৰ কাষত থিয় দিয়াৰ বাৰ্তা দিছে। এই আক্ৰমণক তেওঁ সন্ত্ৰাসবাদ বুলিও অভিহিত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যৌথ যুঁজৰ বাৰ্তা প্ৰদান কৰে।

আনহাতে, এই আক্ৰমণৰ পিছত ছুইডেনৰ খেলুৱৈসকলে খেলিবলৈ প্ৰস্তুত নহ’ল। স্বাভাৱিকতে মেচখন পৰিত্যক্ত হৈ পৰিল।

লগতে পঢ়কঃ আজি সমলিংগ বিবাহৰ আবেদনৰ চূড়ান্ত ৰায় ঘোষণা কৰিব উচ্চতম ন্যায়ালয়ে

ইপিনে, ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ অব্যাহত আছে। ইয়াৰ মাজতে বেলজিয়ামত বন্দুকধাৰীৰ আক্ৰমণ আৰু ছুইডেনৰ দুজন নাগৰিকৰ মৃত্যুৱে স্বাভাৱিকতে সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে। সন্ত্ৰাবাদী আক্ৰমণৰ পিছত ব্ৰাছেলছ চহৰত আৰক্ষীয়ে সতৰ্কতা জাৰি কৰে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd