• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত গ্ৰেপ্তাৰ আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী; আছিল দেশৰ বিভিন্ন অঞ্চলত কূটাঘাতৰ পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2024 8:52 am
ফটো সৌজন্যঃ টুইটাৰ।

ফটো সৌজন্যঃ টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত বৃহৎ আক্ৰমণ চলোৱাৰ পৰিকল্পনা আছিল। সেই উদ্দেশ্যে কাঁটা তাঁৰৰ সিপাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল দুই শীৰ্ষ উগ্ৰপন্থী। কিন্তু চোৰাংচোৱাৰ সতৰ্কতাই সেই পৰিকল্পনা ব্যৰ্থ কৰি পেলালে। আৰক্ষীৰ হাতত ধৰা পৰিল আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী।

গ্ৰেপ্তাৰ হোৱা দুজনৰ এজন ভাৰতৰ আইছিছ উগ্ৰপন্থী সংগঠনৰ মুৰব্বী, আনজন তেওঁৰ সহযোগী। মঙলবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ ধুবুৰী জিলাৰ পৰা আটক কৰে উগ্ৰপন্থী দুজনক। তেওঁলোকক NIAক গতাই দিয়া হ’ব।

গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চে এই বিশাল অভিযান চলায়। তাতেই সফলতা লাভ কৰে। ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী ধুবুৰী জিলাৰ ধৰ্মশালা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই আইছিছ উগ্ৰপন্থী।

Apply Now

লগতে পঢ়কঃ আগুৱালে ২০২৪-ৰ NET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

ধৃত দুজন হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকী আৰু অনুৰাগ সিং বুলি জানিব পৰা গৈছে। ফাৰুকী ভাৰতৰ আইছিছৰ মুৰব্বী। আনজন উগ্ৰপন্থীৰ নাম অনুৰাগ সিং ওৰফে ৰেহান। জানিব পৰা মতে পানীপথৰ বাসিন্দা অনুৰাগে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ পত্নী বাংলাদেশৰ নাগৰিক।

অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে আইছিছ উগ্ৰপন্থীক গ্ৰেপ্তাৰ সন্দৰ্ভত তথ্য প্ৰদান কৰি কয় যে, গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুজনে নতুন উগ্ৰপন্থী নিযুক্তি দিবলৈ, সন্ত্ৰাসবাদৰ বাবে আৰ্থিক সাহায্য সংগ্ৰহ কৰিবলৈ ভাৰতলৈ আহিছিল। দেশৰ কেইবাটাও স্থানত আই ই ডি বিস্ফোৰণৰ পৰিকল্পনাও আছিল তেওঁলোকৰ। তদুপৰি, অভিযুক্তৰ নামত দিল্লী এন আই এ, লক্ষ্ণৌ এ টি এছৰ একাধিক গোচৰ আছে।

Press Release!

Two top rung leaders of ISIS arrested by @STFAssam.

They were conspiring to carry out recruitment, terror funding and terror acts at several places across India.@DGPAssamPolice pic.twitter.com/H81i6K54oX

— Assam Police (@assampolice) March 20, 2024

ফাৰুকি আৰু অনুৰাগ দুয়োজনেই আইছিছৰ দ্বাৰা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত বুলি জানিব পৰা গৈছে। দুয়োজনেই ভাৰতত আইছিছ উগ্ৰপন্থী নিযুক্তি, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে আৰ্থিক সহায় সংগ্ৰহ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd