• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যাদ উকলি যোৱা সচিবালয়ৰ পাছ সংলগ্ন এখন বাহনে খুন্দিয়াব লৈছিল মুখ্য মন্ত্ৰীৰ কনভয়ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 29, 2020 11:47 am
আটকাধীন চাৰিজন যুৱকৰ দুজন। ফটো : নৰ্থ-ইষ্ট নাও

আটকাধীন চাৰিজন যুৱকৰ দুজন। ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ত প্ৰশাসনে জাৰি কৰা নিশাৰ কাৰ্ফিউ উলংঘন কৰি গুৱহাটীৰ জি এছ ৰ’ডৰ ABCত ভুল পথেৰে অহা দুখন বাহনে মুখ্য মন্ত্ৰীৰ কনভয়ত খুন্দা মৰাৰ উপক্ৰম হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে মুখ্য মন্ত্ৰীৰ কনভয় দিচপুৰৰ পৰা ব্ৰহ্মপুত্ৰ অতিথি শালা অভিমুখে গৈ থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয়।

Apply Now

ঘটনাটো ঘটাৰ লগে লগে ভঙাগড় আৰক্ষীয়ে খেদি খেদি জব্দ কৰে দুয়োখন বাহন।

জব্দ কৃত গাড়ীদুখনৰ এখনৰ পৰা দুগৰাকী যুৱতী আৰু দুজন যুৱক আৰু আনখন গাড়ীৰ পৰা আন দুগৰাকীক আটক কৰে আৰক্ষীয়ে।

আটকাধীন যুৱক কেইজনৰ নাম হৰিষ বৰা, ৰূপম শৰ্মা আৰু দেৱাহস গোস্বামী বুলি জানিব পৰা গৈছে।

ইফালে জব্দ কৃত গাড়ীদুখনৰ নম্বৰ হৈছে ক্ৰমে AS-01-BK-0050 আৰু AS 01BG 1982।

তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে আটকাধীন যুৱক-যুৱতীৰ দলটো সম্পূৰ্ণৰূপে সুৰামত্ত অৱস্থাত আছিল আৰু জব্দকৃত গাড়ী দুখনৰ এখনত ম্যাদ ওকলা বিধানসভা সচিবালয়ৰ পাছ সংলগ্ন আছিল।

জানিব পৰা মতে আটক কৰা যুৱক এজন বাৰৰ মালিক আৰু সেয়ে তেওঁলোকে নিশাৰ কাৰ্ফিউ ভংগ কৰি বাৰৰ ভিতৰত সুৰাপান কৰিছিল।

যুৱক-যুৱতীৰ দলটোৱে GS ৰোডস্থিত তাইকা বাৰত সুৰাপান কৰি অহাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

আনহাতে চাৰিওজন যুৱককে বৰ্তমান ভঙাগড় আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে যদিও যুৱতী দুগৰাকীক যাবলৈ দিয়ে। প্ৰয়োজনত সোধা-পোছাৰ বাবে যুৱতী দুগৰাকীক থানালৈ মাতিব পাৰে বুলি আৰক্ষীয়ে জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd