• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুক্ৰোহ কাৰ! হিমন্ত বিশ্ব শৰ্মাৰ দাবীৰ বিপৰীতে মেঘালয়ৰ অংশ বুলি দাবী উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2023 11:13 am
মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙ। ফটো: নৰ্থইষ্ট নাও।

মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙ। ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙে সোমবাৰে কয় যে বিতৰ্কিত মুক্ৰোহ গাওঁখন নিশ্চিতভাৱে উত্তৰ-পূবৰ ৰাজ্যখনৰ এটা অংশ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত দিয়া এক উত্তৰত বিতৰ্কিত মুক্ৰোহ গাওঁখন অসমৰ অন্তৰ্গত বুলি কোৱাৰ পিছতে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী  টিনচঙৰ এই প্ৰতিক্ৰিয়া আছিল।

“অসম নহয়, মুক্ৰোহ মেঘালয়ৰ এটা অংশ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য দুৰ্ভাগ্যজনক,” টিনচঙে কয়।

Apply Now

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত আৰক্ষীৰ জিম্মাত নিহত হৈছে ৬৬ জন, আহত ১৫৮ জন

যোৱা বছৰৰ ২২ নৱেম্বৰত অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম জয়ন্তিয়া পাহাৰ জিলাৰ মুক্ৰোহ গাঁৱত অসমৰ বন কৰ্মী আৰু স্থানীয় লোকৰ মাজত সংঘৰ্ষত পাঁচজন গাওঁবাসী আৰু এজন বনৰক্ষী নিহত হৈছিল।

বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ এক প্ৰশ্নৰ লিখিত উত্তৰত শৰ্মাই কৈছিল যে মুক্ৰোহ গাওঁ খন অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ এটা অংশ।

“পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকে প্ৰদান কৰা তথ্য অনুসৰি, অসম আৰক্ষী আৰু মেঘালয়ৰ বনৰক্ষীৰ মাজত সংঘৰ্ষ দুয়োখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক সীমান্ত বিবাদৰ সৈতে সম্পৰ্কিত নহয়,” শৰ্মাই এক লিখিত উত্তৰত কৈছিল।

টিনচঙে সাংবাদিকক কয় যে আঞ্চলিক আন্তঃৰাজ্যিক সীমা সমিতিসমূহ পুনৰ গঠন কৰা হ’ব আৰু দুয়োখন ৰাজ্যৰ মাজত আলোচনা সোনকালেই পুনৰ আৰম্ভ হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: কেন্দ্ৰই অনলাইনত ঔষধ বিক্ৰী কৰা ছাইটসমূহ বন্ধ কৰিব! কিন্তু কিয়?

যোৱা নৱেম্বৰৰ গুলীচালনাৰ ঘটনাৰ পিছত সীমান্ত বিবাদৰ ওপৰত আলোচনা বিফলতাৰ সন্মুখীন হৈছে।

২৭ ফেব্ৰুৱাৰীৰ মেঘালয় নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত অসমৰ সৈতে সীমান্ত বিবাদ সমাধান কৰাৰ আৰু সুৰক্ষা, নিৰাপত্তা আৰু আইনৰ শাসনৰ প্ৰচাৰৰ বাবে স্থায়ী আৰক্ষী চ’কী স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

লগতে পঢ়ক: ৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ; টেক্সাছৰ মৰ্মান্তিক ঘটনাই জোকাৰিছে আমেৰিকা

উল্লেখ্য যে দুজন বিধায়কৰ সৈতে বিজেপি হৈছে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নেতৃত্বত নেচনেল পিপলছ পাৰ্টি (এনপিপি)ৰ নেতৃত্বত মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd