• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত আৰক্ষীৰ জিম্মাত নিহত হৈছে ৬৬ জন, আহত ১৫৮ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2023 10:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ মে’ মাহত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত আৰক্ষীৰ জিম্মাত মুঠ ৬৬ জন অভিযুক্ত নিহত আৰু ১৫৮ জন আহত হৈছে।বিধানসভাত এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ এক লিখিত প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই এই কথা প্ৰকাশ কৰে।

শৰ্মাই কয় যে ২০২১ চনৰ ১০ মে’ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৩ ৰ ভিতৰত আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত ৩৫ জন অভিযুক্ত নিহত হৈছে আৰু ১২ জন আহত হৈছে।

তদুপৰি, আৰক্ষীৰ গুলীচালনাত ২৬ জন লোক নিহত আৰু ১৪৬ জন আহত হৈছে বুলিও তেওঁ জনায়।

Apply Now

লগতে পঢ়ক: ৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ; টেক্সাছৰ মৰ্মান্তিক ঘটনাই জোকাৰিছে আমেৰিকা

“ইয়াৰ উপৰিও আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত দুৰ্ঘটনাত পাঁচজন অভিযুক্ত নিহত হয়,”-মুখ্যমন্ত্ৰীয়ে কয়।

ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে প্ৰশ্ন কৰে যে আৰক্ষী বাহিনী কিয় “ইমান অদক্ষ” হৈ পৰিছে যে যেতিয়াই এজন অভিযুক্ত পলাই যায়, তেওঁলোকক গুলীয়াই হত্যা কৰা হয়।

তেওঁ লগতে কয়, “চৰকাৰে ভুৱা এনকাউণ্টাৰ চলাই আছে। কেনাৰাম বসুমতাৰী আৰু কীৰ্তি কমল বৰাৰ ঘটনাই প্ৰমাণ কৰে যে অসমত ভুৱা এনকাউণ্টাৰ চলি আছে। ৰাজ্যপালে এইটো জনা উচিত।”

লগতে পঢ়ক: কেন্দ্ৰই অনলাইনত ঔষধ বিক্ৰী কৰা ছাইটসমূহ বন্ধ কৰিব! কিন্তু কিয়?

যোৱা ২৪ ফেব্ৰুৱাৰীত অসমৰ ওদালগুৰি জিলাত আৰক্ষীৰ সংঘৰ্ষত ডকাইত বুলি সন্দেহ কৰা এজন ব্যক্তিৰ মৃত্যুৰ চিআইডি তদন্তত নিশ্চিত কৰা হৈছে যে এইটো “ভুল পৰিচয়”ৰ বাবে ঘটা ঘটনা।

তদন্তটোৱে এই সিদ্ধান্তত উপনীত হৈছিল যে মৃত ব্যক্তিজন ডকাইত কেনাৰাম বড়ো ওৰফে কেনাৰাম বসুমতাৰী নহয়, ডিম্বেশ্বৰ মুচাহাৰী বুলি চিনাক্ত কৰা এজন ব্যক্তি আছিল। আৰক্ষীয়ে তেওঁ এজন “দুধৰ্ষ অপৰাধী” বুলি দাবী কৰিছিল যদিও তেওঁৰ পৰিয়ালে এজন “ক্ষুদ্ৰ কৃষক” বুলিহে দাবী কৰিছিল ।

ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত অভিযুক্ত ছাত্ৰ নেতা কীৰ্তি কমল বৰা যোৱা বছৰৰ ২২ জানুৱাৰীত আৰক্ষীৰ গুলীত আহত হৈছিল।

লগতে পঢ়ক: গাড়ীতকৈও অধিক দামী! Audi-ৰ শেহতীয়া ইলেকট্ৰিক মাউন্টেইন বাইক; কি আছে ইয়াত?

তদানীন্তন অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ এজনীয়া আয়োগে জানিব পাৰিছিল যে গুলীচালনাৰ সৈতে জড়িত আৰক্ষী বিষয়াসকলৰ দোষ আছিল আৰু ঘটনাটোৰ সময়ত বৰাই কোনো ড্ৰাগছ কঢ়িওৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd