DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যুদ্ধৰ খৱৰ: ইউক্ৰেইনলৈ ৮০০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্যৰ ঘোষণা আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2022 8:34 pm
যুদ্ধৰ খৱৰ: ইউক্ৰেইনলৈ ৮০০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্যৰ ঘোষণা আমেৰিকাৰ
145
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ বাবে আৰু ৮০০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে। ৰাছিয়াক প্ৰতিৰোধ কৰাত উদ্দেশ্যৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা শক্তি বৃদ্ধিৰ বাবে এই ধন খৰচ কৰা হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰ এই পেকেজত সামৰিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা, সামৰিক বাহিনীৰ লোকসকলৰ কঢ়িয়াই নিয়া বাহন তথা হেলিকপ্টাৰো অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: বিকল্প পৃথিৱীৰ সন্ধানত চীন; নতুন এখন বাসযোগ্য বিশ্ব গঢ়ি তোলাৰ পৰিকল্পনা

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে এক বিবৃতিযোগে এই কথা সদৰী কৰে।

ইয়াৰ পূৰ্বে জো বিডেনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে বাৰ্তালাপো কৰে।

বিডেনে জানিবলৈ দিয়ে যে এই নতুন সাহায্য পেকেজত আৰু অধিক কাৰ্যকৰী তথা গধূৰ অস্ত্ৰৰ ব্যৱস্থা থাকিব। ইয়াৰ ভিতৰত কিছুমান ইতিমধ্যে দেশলৈ গৈ পাইছে।

লগতে পঢ়ক: সামাজিক মাধ্যমক হাতত ৰখাৰ পৰিকল্পনা! টুইটাৰ কিনাৰ প্ৰস্তাৱ দিলে এলন মাস্কে

তেওঁ লগতে কয়,’’আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহে দিয়া অস্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলাৰ ক্ষেত্ৰত ইউক্ৰেইনক সহায় কৰিব’’। 

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd