• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ZEE Newz ৰ সাংবাদিক সুধীৰ চৌধুৰীক সন্ত্ৰাসবাদী আখ্যা আৰৱৰ ৰাজকুমাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 7:46 pm
Sudhir Chaudhary
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনাইটেড আৰৱ এমিৰেটছৰ ৰাজকুমাৰী হেণ্ড বিন্ট ফৈজল আল কাছিমে জি নিউজৰ এংকৰ সুধীৰ চৌধুৰীক তেওঁৰ টিভি অনুষ্ঠানৰ জৰিয়তে ইছলামফ’বিয়াৰ প্ৰচাৰত ভূমিকা থকা স্বত্বেও তেওঁৰ দেশলৈ আমন্ত্ৰণ জনোৱাৰ বাবে এটা অনুষ্ঠানৰ সংগঠকক তীব্ৰ সমালোচনা কৰিছে।

চৌধুৰীক ‘সন্ত্ৰাসবাদী’ বুলি সম্বোধন কৰি ইউএইৰ ৰাজকুমাৰীয়ে আয়োজকসকলক সোঁৱৰাই দিছিল যে কেনেকৈ বিতৰ্কিত টিভি এংকৰে নিয়মীয়াকৈ ইছলাম আৰু ইয়াৰ অনুগামীসকলক বদনাম কৰি আহিছে।

ৰাজকুমাৰী কাছিমে লিখিছে, “আপোনালোকে আমাৰ শান্তিপূৰ্ণ দেশলৈ এজন ইছলামফ’বিয়াক নিমন্ত্ৰণ কৰাৰ সাহস কেনেকৈ কৰিলে?”

Apply Now

তেওঁৰ পৰৱৰ্তী ছ’চিয়েল মিডিয়া পোষ্টত তেওঁ টুইট কৰিছিল, “২০১৯ আৰু ২০২০ চনত সুধীৰ চৌধুৰীয়ে জি নিউজত অনুষ্ঠান চলাইছিল য’ত তেওঁ নাগৰিকত্ব বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে মুছলমানসকলৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প ছটিয়াইছিল। তেওঁ নতুন দিল্লীৰ শ্বাহিন বাগ আৰু দেশৰ অন্যান্য প্ৰান্তত নাগৰিকত্ব প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে মুছলমান শিক্ষাৰ্থী আৰু মহিলাসকলক লক্ষ্য কৰি ভুৱা কাহিনী প্ৰচাৰ কৰিছিল।”

 

Sudhir Chaudhary is a Hindu rightwing anchor known for his deeply Islamophobic shows that target India’s 200 million Muslims. Many of his prime time shows have directly contributed to real world violence against Muslims across the country. pic.twitter.com/2gfDb0hzLo

— Hend F Q (@LadyVelvet_HFQ) November 19, 2021

ৰাজকন্যা গৰাকীয়ে আয়োজক ইণ্ডিয়ান চাৰ্টাৰ একাউণ্টেণ্ট এছ’চিয়েশ্যনৰ আবু ধাবি অধ্যায়ক তেওঁলোকে কিয় শান্তিপূৰ্ণ দেশ আৰৱলৈ এজন ইছলামফ’বিক আৰু বিদ্বেষী ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছে?

তেওঁ লিখিছিল, “সুধীৰ চৌধুৰী এজন হিন্দুত্ববাদী এংকৰ, যি তেওঁৰ গভীৰ ইছলামফ’বিক অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ ২০০ নিযুত মুছলমানক লক্ষ্য কৰে। তেওঁৰ বহুতো প্ৰাইম টাইম শ্ব’ৱে সমগ্ৰ দেশৰ মুছলমানসকলৰ বিৰুদ্ধে হিংসাত পোনপটীয়াকৈ অৰিহণা যোগাইছে।”

তেওঁ ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়াক টেগ কৰি সুধিছিল, “আপুনি ইউ.এ.ই.লৈ এজন অসহিষ্ণু সন্ত্ৰাসবাদী কঢ়িয়াই আনিছে কিয়?”

উল্লেখ্য যে সুধীৰ চৌধুৰীয়ে ভাৰতত মুছলমানসকলৰ বিৰুদ্ধে ঘৃণা বৃদ্ধি কৰা মূলসুঁতিৰ সংবাদ মাধ্যমৰ অন্যতম এংকৰ। তেওঁ ২০২০ চনত কৰ’ণা ভাইৰাছ বিয়পোৱাৰ বাবে ভাৰতীয় মুছলমানসকলক দোষাৰোপ কৰি তেওঁলোকক বদনাম কৰিবলৈ এটা অভিযানৰ নেতৃত্ব দিছিল।

কেইবাখনো ভাৰতীয় উচ্চ ন্যায়ালয়ে পিছত এই সিদ্ধান্তত উপনীত হৈছিল যে ভাইৰাছ বিয়পাৰ বাবে তবলিগী জামাতৰ সদস্যসকলক দোষাৰোপ কৰাটো এক ভয়ংকৰ প্ৰচাৰৰ অংশ আছিল।

কেন্দ্ৰত শাসনাধিষ্ঠ হিন্দুত্ববাদী বিজেপি চৰকাৰৰ তোষামোদেৰে বিভিন্ন সময়ত চৰকাৰৰ সাম্প্ৰদায়িক নীতি আৰু জনসাধাৰণ বিৰোধী নীতিক সমালোচনা কৰা ব্যক্তি সকলক আক্ৰমণ কৰি আহিছে।

দেশৰ মুছলমান জনসাধাৰণক চৌধুৰীয়ে প্ৰায়ে জিহাদী বুলি সম্বোধন কৰি হিন্দুত্ববাদী শাসকপক্ষৰ অনুগ্ৰহ প্ৰিয় হৈ পৰিছে।

এনে সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুধীৰ চৌধুৰীৰ এই সাম্প্ৰদায়িক মনোভাৱক সমালোচনা কৰাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

June 29, 2026 3:34 pm
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?

June 29, 2026 3:34 pm
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে

June 29, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd