DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা; এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ

চাজিদ খান by চাজিদ খান
January 28, 2020 8:09 am
Minor-rape-and-murder-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.1k
VIEWS
Share on FacebookShare on Twitter

এটি ছবছৰীয়া কন্যা শিশুক প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত ওদালগুৰি জিলাৰ ডিমাকুছিৰ পৰা সন্তোষ মুণ্ডা(২৫) নামৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰে।

সন্তোষ মুণ্ডাই ওদালগুৰি জিলাৰ ডিমাকুছিৰ অন্তৰ্গত ভোলাটাৰ নামৰ গাঁও এখনত এই জঘণ্য কাণ্ড সংঘটিত কৰিছিল।

জানিব পৰা মতে শিশুটিয়ে ওচৰৰে এখন দোকানলৈ আহিছিল আৰু তেতিয়াই মুণ্ডাই শিশুটিক ওচৰৰে জংঘললৈ লৈ গৈ এই জঘণ্য কাণ্ড সংঘটিত কৰে। শিশুটিৰ মৃতদেহটো জংঘলতে উদ্ধাৰ হয়।

ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষে নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘আমি যুৱকজনক গ্ৰেপ্তাৰ কৰিছো। ঘটনা সন্দৰ্ভত কিছু স্থানীয় লোককো সোধা পোচা কৰি থকা হৈছে’।

‘এই ঘটনাটো দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ মান বজাত সংঘটিত হৈছে। সেই সময়ত শিশুটিৱে ওচৰৰ দোকানলৈ কিবা বস্তু কিনিবলৈ আহিছিল। আৰু সেই সুযোগ গ্ৰহণ কৰি মুণ্ডা নামৰ যুৱকজনে এই নৃশংস ঘটনা সংঘটিত কৰে’, ঘটনা সন্দৰ্ভত গাঁওবাসীৰ মন্তব্য।

ইফালে আত্মীয় তথা একাংশ ওচৰৰ লোকে শিশুগৰাকীৰ মৃতদেহৰ অৱস্থা দেখি এয়া দলবদ্ধ ধৰ্ষণ বুলি মন্তব্য প্ৰকাশ কৰিছে।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd