• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মূল্যবৃদ্ধিৰ মাধমাৰৰ মাজতে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ কৰ্তন: পুনৰ হ্ৰাস কৰিলে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 8:10 am
73
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত প্ৰদান কৰা ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সংখ্যা পুনৰবাৰ হ্ৰাস কৰিছে। নতুন সিদ্ধান্ত অনুসৰি, এই আঁচনিৰ হিতাধিকাৰীসকলে এতিয়াৰে পৰা বছৰত মাত্ৰ চাৰিটাকৈ ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ লাভ কৰিব। ইয়াৰ পূৰ্বে গ্ৰাহকসকলে বছৰি নটাকৈ ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সুবিধা লাভ কৰিছিল।

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব প্ৰবীণ মাল খানুজাই সদৰী কৰা অনুসৰি, উজ্জ্বলা যোজনাৰ গ্ৰাহকসকলৰ গড় বাৰ্ষিক ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিলিণ্ডাৰৰ সংখ্যা সংশোধন কৰা হৈছে। অতিৰিক্ত সচিবগৰাকীয়ে লগতে কয় যে চৰকাৰে নিৰ্ধাৰণ কৰা প্ৰতিটো চিলিণ্ডাৰৰ যোগান ব্যয়ৰ তুলনাত গ্ৰাহকসকলে পৰ্যাপ্ত পৰিমাণৰ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

উল্লেখ্য যে, ২০১৬ চনৰ মে’ মাহত সমগ্ৰ দেশজুৰি উজ্জ্বলা যোজনাৰ শুভাৰম্ভ কৰা হৈছিল। সেই সময়ত হিতাধিকাৰীসকলে বছৰত ১৪.২ কিলোগ্ৰাম ওজনৰ ১২টাকৈ ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ লাভ কৰিছিল। পৰৱৰ্তী সময়ত, যোৱা বছৰৰ আগষ্ট মাহত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত প্ৰকাশিত এক জাননীত এই সংখ্যা নটালৈ হ্ৰাস কৰা হৈছিল। শেহতীয়া পদক্ষেপৰ জৰিয়তে এই পৰিমাণ পুনৰ চাৰিটালৈ অৱনমিত কৰা হ’ল।

এই সিদ্ধান্তৰ মাত্ৰ দুদিন পূৰ্বে ৰন্ধন গেছৰ মূল্য একেকোবে ২৯ টকাকৈ বৃদ্ধি কৰা হৈছিল, যিটো যোৱা তিনিমাহত দ্বিতীয়টো মূল্যবৃদ্ধিৰ ঘটনা। অৱশ্যে, এই মূল্যবৃদ্ধিৰ প্ৰসংগত পেট্ৰ’লিয়াম মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে চুবুৰীয়া তথা অন্যান্য উন্নত ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতৰ পৰিয়ালসমূহে এতিয়াও যথেষ্ট কম মূল্যত ৰন্ধন গেছ লাভ কৰি আছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৰ্তমান উজ্জ্বলা যোজনাৰ অধীনত এজন গ্ৰাহকে ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰ ৬৪২ টকাত ক্ৰয় কৰিব পাৰে যদিও তাৰ পাছদিনাই চৰকাৰে বাৰ্ষিক ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ মাজতে উজ্জ্বলা যোজনাৰ অধীনত বাৰ্ষিক ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা হ্ৰাস কৰা কাৰ্যই সৰ্বসাধাৰণ গ্ৰাহকৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। বৰ্তমানলৈকে এই সিদ্ধান্তৰ সন্দৰ্ভত আন কোনো পৰিৱৰ্তনৰ ইংগিত পোৱা হোৱা নাই আৰু সংশোধিত নিয়ম অনুসৰি হিতাধিকাৰীসকলে বছৰত নিৰ্ধাৰিত চাৰিটা চিলিণ্ডাৰৰ আধাৰতেই ৰাজসাহায্য লাভ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd