• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰিটেইনৰ পৰা অসমলৈ উভতি অহা এজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 1:22 pm

1 min read

LGBI

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। ফাইল ফটো।

236
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জানিবলৈ দিয়ে যে ব্ৰিটেইনৰ অসমলৈ উভতি অহা এজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে ব্ৰিটেইনৰ পৰা উভতি অহাৰ পাছত ব্যক্তিগৰাকীৰ পজিটিভ ধৰা পৰে। প্ৰতিদিন টাইমৰ বাতৰিত প্ৰকাশ পাইছে এইকথা।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে এইটো ব্ৰিটেইনত পোৱা নতুন ৰূপৰ কৰ’নাভাইৰাছ হয়নে নহয় সেয়া নিশ্চিত হোৱা নাই।

তেওঁ লগতে কয় যে অহা তিনিদিনৰ পাছত সেয়া নিশ্চিত হ’ব।

আনহাতে, মন্ত্ৰীগৰাকীয়ে কোভিড-১৯ লকডাউনৰ সম্পৰ্কত কয় যে চৰকাৰে এতিয়ালৈকে কোনো লকডাউন বলবৎ কৰাৰ পৰিকল্পনা কৰা নাই।

তেওঁ কয় যে অহা ১ জানুৱাৰিৰ পৰা নতুন বছৰৰ আৰম্ভণিৰ দিনাৰ পৰাই ৰাজ্যখনৰ জনসাধাৰণে এক নতন জীৱন যাপন কৰিব।

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এক নিৰ্দেশনা যোগে ৰাজ্যখনত জনসাধাৰণৰ সমাগমৰ ক্ষেত্ৰত কিছু বাধা-নিষেধ আৰোপ কৰিছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd