• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিড়ম্বনা! খাদ্যত নিজৰ চুলি মিহলাই বিনামূলীয়াকৈ খাদ্য গ্ৰহণৰ অপচেষ্টা মহিলাৰ

চিচিটিভি ফুটেজে লগালে কেণা, ভিডিঅ’ ভাইৰেল কৰি মালিকে দিলে সতৰ্কবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 4:56 pm
Woman Plants Her Own Hair In Food
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সু-সজ্জিত বিলাসী ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ মন কাৰনো নাথাকে। পিছে জেপত টকা নাথাকিলে মন থাকিলেও মনক বান্ধি ৰাখিবলগীয়া হয়। অৱশ্যে এই ক্ষেত্ৰত কেতিয়াবা ভাগ্যও হ’ব পাৰে সহায়ক।

সাধাৰণতে বহু ৰেষ্টুৰেণ্টে গ্ৰাহকক প্ৰদান কৰা খাদ্যত যদি কোনো অখাদ্য দ্ৰব্য ওলায়, তেতিয়া সেই গ্ৰাহকজনক বিনামূলীয়াকৈ খাদ্য পৰিৱেশন কৰে। টকা পৰিশোধ নকৰাকৈয়ে তেতিয়া গ্ৰাহকে লাভ কৰে বিনামূলীয়া খাদ্য।

Apply Now

এইদৰে বিনামূলীয়া খাদ্য গ্ৰহণৰ আশাতে এক পৰিকল্পনা ৰচনা কৰি অথন্তৰৰ সন্মুখীন হৈছে এগৰাকী মহিলা। বিনামূলীয়া খাদ্যৰ আশাত এই মহিলাগৰাকীয়ে খাদ্যত মিহলাইছিল নিজৰ মূৰৰ চুলি।

পিছে তেওঁৰ এই পৰিকল্পনাত লাগিল কেণা। এই পৰিকল্পনা কাৰ্যকৰীকৰণৰ সময়ত মহিলাগৰাকীয়ে লক্ষ্য নকৰিলে ৰেষ্টুৰেণ্টখনৰ চুক-কোণ আৰু সেই ভুলৰ পৰিণতিতে তেওঁৰ গোটেই কাৰ্য বন্দী হ’ল ৰেষ্টুৰেণ্টৰ চিচিটিভি কেমেৰাত।

লগে লগে মহিলাগৰাকীৰ সমগ্ৰ পৰিকল্পনা হৈ পৰে ফুটুকাৰ ফেন। এই আমোদজনক ঘটনা ঘটিছে ইংলেণ্ডক। অবজাৰ্ভেটৰী নামৰ ইংলেণ্ডৰ ব্লেকবাৰ্ন চহৰৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্টত ব্ৰিটিছ মহিলাগৰাকীৰ এই অপকৰ্ম ধৰা পৰে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলাগৰাকীয়ে খাদ্যত চুলি পোৱা বুলি অভিযোগ কৰাৰ পিছতে চিন্তিত হৈ পৰে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী। খাদ্যতনো প্ৰকৃততে কেনেকৈ চুলি ওলাল, সেয়া চিচিটিভি ফুটেজত পৰীক্ষা কৰে তেওঁ।

তেতিয়াই উদ্ধাৰ হয় মহিলাগৰাকীৰ অভিযোগৰ সত্যাসত্য। ফুটেজটোত মহিলাগৰাকীয়ে নিজৰ মূৰৰ পৰা এডাল চুলি উলিয়াই আনি সন্তপৰ্ণে খাদ্যৰ প্লেটখনত থোৱা দেখিবলৈ পোৱা যায়।

এই ঘটনাৰ পিছতে ৰেষ্টুৰেণ্টৰ মালিক টম ক্ৰফ্টে আন ব্যৱসায়ীসকলক সতৰ্ক কৰি দিয়াৰ উদ্দেশ্যে ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। ধন ঘূৰাই পোৱাৰ লগতে বিনামূলীয়া খাদ্যৰ মোহত এনে কাম কৰা লোকৰ পৰা আন প্ৰতিষ্ঠানসমূহে ৰক্ষা পাব বুলি আশা কৰে তেওঁ।

এই কাণ্ডৰ পিছত তেওঁৰ অত্যন্ত খং তথা বিতৃষ্ণা জন্মিছিল বুলি মন্তব্য কৰি ক্ৰফ্টে মাত্ৰ ১৫.৮৮ ডলাৰৰ খাদ্যৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সুনাম তথা ব্যৱসায় আৰু কৰ্মচাৰীৰ চাকৰি বিপদত পৰিলহেঁতেন বুলি ক্ষোভ প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm
প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

তৃণমূল সাংসদ মহুৱা মৈত্ৰলৈ কণী আৰু বেঙেনা নিক্ষেপ : ফেচবুকত লাইভ কৰি ক্ষোভ প্ৰকাশ

July 1, 2026 6:40 pm
প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd