• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ৮ লাখ ৯০ হাজাৰ ৰাছিয়ান সেনাৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2025 12:30 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তি আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ পৰা সেউজ সংকেত লাভকৰি ইউক্ৰেইনে ৰাছিয়াৰ সেনাবাহিনীৰ ওপৰত আৰম্ভ কৰিছে বিধ্বংসী আক্ৰমণ। বিগত ৭২ ঘণ্টাত ৩,৯৩৯ জন ৰাছিয়ান সেনা নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে। দ্য কিয়েভ ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন অনুযায়ী, ১১ মাৰ্চত ১,৩০০ জন, ১২ মাৰ্চত ১,৪৩০ জন আৰু ১৩ মাৰ্চত ১,২০০ জন ৰাছিয়ান সৈন্যক হত্যা কৰা হৈছে। এনেদৰে তিনিদিনত মুঠ ৩,৯৩০ জন ৰাছিয়ান সেনা নিধন হৈছে।

ইয়াৰ আগতে ১ মাৰ্চত হোৱাইট হাউচত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভ’ল’ডিমিৰ জেলেনস্কিৰ মাজত হোৱা বৈঠকত মতবিৰোধৰ সৃষ্টি হয়। ইয়াৰ পিছত আমেৰিকাই ইউক্ৰেইনক গুপ্তচৰ তথ্যৰ সৰবৰাহ বন্ধ কৰে। এই তথ্য অবিহনে ইউক্ৰেইনৰ সেনাই প্ৰথমে বিশেষ সফলতা লাভ কৰিব পৰা নাছিল, কিন্তু পৰৱৰ্তী সময়ত আমেৰিকাৰ সহায়ত লাভ কৰা গোপন তথ্যৰ জৰিয়তে তেওঁলোকে ৰাছিয়ান সেনাৰ ওপৰত ব্যাপক আক্ৰমণ তীব্ৰ কৰে।

Apply Now

সূত্ৰমতে, গুপ্ত তথ্য পোৱাৰ পিছত ইউক্ৰেইনৰ সেনাই প্ৰতি ঘণ্টাত ৫৫ জন ৰাছিয়ান সৈন্য হত্যা কৰিবলৈ সক্ষম হৈছে। আগতে এই সংখ্যা প্ৰতি ঘণ্টাত ৪০ জন আছিল। ইয়াৰোপৰি যোৱা তিনিদিনত ৰাছিয়াৰ ১৫ খন টেংক ধ্বংস হোৱা বুলি ইউক্ৰেইনে দাবী কৰিছে। ৰাছিয়াৰ স্থলযুদ্ধৰ শক্তি হ্ৰাস কৰাৰ লক্ষ্যৰে জেলেনস্কীয়ে আৰ্টিলাৰী ব্যৱস্থা আৰু টেংক ধ্বংসকৰণত গুৰুত্ব দিছে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে, যুদ্ধ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ৰাছিয়াৰ প্ৰায় ৮ লাখ ৯০ হাজাৰ সৈন্য নিহত হৈছে। যদিও ৰাছিয়া চৰকাৰে এই তথ্য নিশ্চিত কৰা নাই। উল্লেখযোগ্য যে, ৰাছিয়াই ব্যক্তিগত সামৰিক বাহিনী আৰু কয়দীসকলকো যুদ্ধত নিয়োগ কৰি আছে। ইয়াৰ উপৰিও উত্তৰ কোৰিয়াৰ ২০ হাজাৰ সৈন্যক ৰাছিয়াৰ হৈ যুদ্ধক্ষেত্ৰত মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ৰাছিয়াৰ ১০,২৯২ টা টেংক, ৩৭০ খন যুদ্ধবিমান আৰু ৩৩১ খন হেলিকপ্টাৰ ধ্বংস হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

ইউক্ৰেইনৰ সেনাই পুটিনৰ বাহিনীক পৰাস্ত কৰিবলৈ গেৰিলা যুদ্ধৰ কৌশল অৱলম্বন কৰিছে। সম্প্ৰতি ইউক্ৰেইনৰ সেনাই ৰাছিয়ান সৈন্যৰ বাংকাৰত মৌ-মাখি এৰি থৈ যোৱাৰ এক ঘটনাও ৰিপৰ্ট হৈছে। যুদ্ধই ভৱিষ্যতে কোন দিশে গতি কৰে সেয়া সময়েহে নিৰ্ধাৰণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd