• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ চাপত পুটিন! খাৰকিভ ইউক্ৰেইনৰ দখলত, ৰাছিয়াৰ সেনা প্ৰত্যাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2022 4:07 pm
109
VIEWS
Share on FacebookShare on Twitter

২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই -ইউক্ৰেইনত যুদ্ধ আৰম্ভ কৰে। ইয়াৰ প্ৰতিশোধ হিচাপে ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ নেতৃত্বত ইউক্ৰেইনৰ সেনাই লেখতল’বলগীয়া সংগ্ৰাম অব্যাহত ৰাখিছে।

যুদ্ধৰ প্ৰথম দিনাই খবৰ বিয়পি পৰে যে ইউক্ৰেইনৰ এজন পাইলটে ৰাছিয়াৰ ৬খন যুদ্ধ বিমান ধ্বংস কৰে। কীয়েভৰ সেনাই আৰম্ভণিৰে পৰাই এনেদৰে প্ৰতিশোধ অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত স্পষ্ট হৈ পৰিছে যে পুটিন চাপত পৰিছে।

খাৰকিভৰ যুদ্ধত ইউক্ৰেইনৰ জয়ে এই হেঁচা নিঃসন্দেহে আৰু অধিক ভয়াৱহ কৰি তুলিছে। ইতিমধ্যে ৰাছিয়াই দেশখনৰ দ্বিতীয় বৃহত্তম চহৰখনৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে।

লগতে পঢ়ক: আমেৰিকাত পুনৰ অঘটন: বাফেলো চুপাৰমাৰ্কেটত দুৰ্বৃত্তৰ গুলীচালনাত ১০ জন নিহত

সমগ্ৰ ইউক্ৰেইন এৰি আপাততঃ পূৱ ইউক্ৰেইন দখল কৰাৰ বাবে ৰাছিয়াৰ ব্লুপ্ৰিণ্ট এতিয়া বিফল। মাৰিঅ’প’লত সফলতা লাভ কৰাৰ পাছতো মস্কোৱে বিফলতাৰ বাহিৰে আৰু একোৱেই পোৱা নাই। এইবাৰ তেওঁলোকে খাৰকিভৰ পৰাও সেনা প্ৰত্যাহাৰ কৰিছে।

এই পৰিস্থিতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে আক্ৰমণকাৰীক প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনৰ লোকসকলে সৰ্বোচ্চ যুঁজ দিছে। কিন্তু শেষত তেওঁ এই কথাও স্পষ্ট কৰি দিলে যে যুদ্ধত জয়ী হ’বলৈ ইউৰোপীয় দেশ আৰু অন্যান্য মিত্ৰশক্তিৰ সমৰ্থনৰো প্ৰয়োজন।

ইফালে ফিনলেণ্ড আৰু ছুইডেনে নাটোত যোগদান কৰাৰ সম্ভাৱনাকলৈ ভাবুকি দিছে পুটিনে। তেওঁ কয় যে দুই দেশে নাটোত যোগদান কৰিলে ফলাফল ভাল নহ’ব। অৱশ্যে ইউৰোপৰ দেশসমূহ এই দুখন দেশৰ সমৰ্থনতে থিয় দিছে। ইয়াৰ মাজতে খাৰকিভৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰে যে ৰাছিয়াৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে তাত কোনো সন্দেহ নাই।

লগতে পঢ়ক: পথ দুৰ্ঘটনাত মৃত্যু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ চাইমণ্ডছৰ

আনহাতে, বেলাৰুছ সেনাৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল ভিক্টৰ গুলেভিচে ইউক্ৰেইন আক্ৰমণত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। গুলেভিচে কৈছে যে দুয়োখন দেশৰ সংঘাতৰ মাজতে আমেৰিকা আৰু নাটো দেশসমূহে ইউক্ৰেইনৰ সীমান্তত নিজৰ সৈন্যৰ সংখ্যা বৃদ্ধি কৰি আছে। ইয়াক ৰোধ কৰিবলৈ বেলাৰুছ চৰকাৰে ইউক্ৰেইনৰ সীমান্তত বিশেষ বাহিনী মোতায়েন কৰিছে। সেই পদক্ষেপটো বহুত সাৱধানতাত লোৱা হৈছে। প্ৰত্যক্ষ আক্ৰমণ বা সংঘাতৰ উদ্দেশ্যৰে কৰা হোৱা নাই।

Recent News

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd