• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ulfa (I) dreaded cadre surrender আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসমৰ আত্মসমৰ্পণ; স্ব-গৃহত উপস্থিত

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা  by মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
October 21, 2021 7:54 pm
Madhurya Sonowal

মাধুৰ্য্য সোণোৱাল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ulfa (I) dreaded cadre surrender ম্যানমাৰৰ অটব্য অৰণ্যৰ পৰা উভতি আহি স্ব-গৃহত উপস্থিত হ’ল আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসম।

মাৰ্ঘেৰিটা মহকুমাৰ জাগুন চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহৰ পৰা পৰিয়ালৰ সকলোকে এৰি থৈ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান মাধুৰ্য্যই ২০১৭ চনৰ আগষ্ট মাহৰ শেষৰ ফালে আলফা স্বাধীনত যোগদান কৰিছিল।

প্রায় চাৰি বছৰৰ মূৰত নিজৰ আপোন ঘৰখনলৈ মনত পৰাত আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ উভতি আহে মাধুৰ্য্য ওৰফে নিউটন অসম।

Apply Now

সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি যোৱা ১২ অক্টোবৰ তাৰিখে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল নিউটন অসমে।

আত্মসমৰ্পণ কৰাৰ প্ৰায় ৮ দিনৰ অন্তত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ জাগুনৰ চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহত উপস্থিত হ’য় মাধুৰ্য্য ওৰফে নিউটন অসম।

Also Read: Supreme Court to Farmers উচ্চতম ন্যায়ালয়ে ক’লে ‘কৃষকৰ প্ৰতিবাদৰ অধিকাৰ আছে কিন্তু পথ বন্ধ কৰি নহয়’

মাধুৰ্য্যই জানিবলৈ দিয়া অনুসৰি আলফাৰ প্ৰতি সেই সময়ত আকৰ্ষিত হৈ নিজ ইচ্ছাৰেই আলফা স্বাধীনত যোগদান কৰিছিল আৰু আত্মসমৰ্পণ কৰাৰ ক্ষেত্ৰতো মাধুৰ্য্যই সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত গ্ৰহণ কৰিছে।

আলফাত থকা সময়ছোৱাত সংগঠনৰ প্ৰতিজন সদস্যৰ সৈতে আত্মীয়তা বজাই ৰাখি সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে সংগঠনৰ দায়িত্ব পালন কৰাৰ কথা জানিবলৈ দিয়ে মাধুৰ্য্যই।

উল্লেখযোগ্য যে মাধুৰ্য্য অসম ওৰফে নিউটন অসমৰ পিতৃ খগেন সোণোৱাল ওৰফে বাবু সোণোৱালে এসময়ত আলফাৰ বাবে সুদীৰ্ঘ সোতৰ বছৰ সময় দি বৰ্তমান সময়ত কৃষি কৰ্মত মনোনিবেশ কৰি নিজকে এজন আদৰ্শ খেতিয়ক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। মাধুৰ্য্যৰ মাতৃও  এসময়ত আলফাত এক দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল।

Also Read: Dearness Allowance hike আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচৰীলৈ দেৱালীৰ উপহাৰ! পুনৰ বাঢ়িল DA

ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান মাধুৰ্য্য নিজ আপোন ঘৰখনত আহি উপস্থিত হোৱাত স্বাভাৱিকতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰাৰ লগতে পিতৃ-মাতৃ যথেষ্ট আবেগিক হৈ পৰা পৰিলক্ষিত হৈছে।

মাধুৰ্য্যৰ পিতৃ বাবু সোনোৱালে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ এটাই আহ্বান জনাইছে যে আলফা আৰু ভাৰত চৰকাৰৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ এক স্থায়ী সমাধানৰ বাট মুকলি কৰিব লাগে যাতে ভৱিষ্যতে অসমৰ উঠি অহা যুৱপ্ৰজন্মই সশস্ত্ৰ সংগ্রামেৰে নিজৰ আৰু জাতিটোৰ প্ৰাপ্য অধিকাৰৰ যুদ্ধ কৰিব লগা নহয়।

একালৰ দুৰ্ধৰ্ষ আলফা কেডাৰ আৰু বৰ্তমানৰ এজন আদৰ্শ খেতিয়ক খগেন সোণোৱাল ওৰফে বাবু সোণোৱালৰ পদাংককেই অনুসৰণ কৰি ভৱিষ্যতে এজন প্ৰতিষ্ঠিত খেতিয়ক হিচাপে নিজকে আত্মনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মাধুৰ্য্য অসম ওৰফে নিউটন অসমে।

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd