DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াৰ জাতীয় উৎসৱ বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়নি আলফা স্বাধীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2022 4:10 pm
Bihu banner
171
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় মাৰোৱাড়ী যুৱ মঞ্চই আয়োজন কৰা বিহু সন্মিলনৰ বেনাৰ-পোষ্টাৰ শুধৰাবলৈ নিৰ্দেশ দিছে আলফা স্বাধীনে।

বিহুক ধৰ্মীয় অনুষ্ঠানৰ লগত একাকাৰ কৰাত ক্ষুন্ন হৈ পৰিছে আলফা স্বাধীন।

উল্লেখ্য যে ডিব্ৰুগড় মাৰোৱাড়ী যুৱ মঞ্চই ১৬ আৰু ১৭ এপ্ৰিলত দুদিনীয়া কৈ অনুষ্ঠিত কৰিব লোৱা লুইতপৰীয়া বিহু সন্মিলনৰ প্ৰচাৰৰ বাবে ছপোৱা বেনাৰ-পোষ্টাৰৰ বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল।

কিয়নো বিহু সন্মিলনৰ কাৰ্যসূচীত এটাও বিহুৰ অনুষ্ঠান নাই। ইয়াৰ বিপৰীতে দুয়োটা দিনতে হনুমান জন্মোৎসৱৰ শোভাযাত্ৰা অনুষ্ঠিত কৰাক লৈ ক্ষুন্ন হৈ পৰিছে আলফা স্বাধীনৰ লগতে বহু সচেতন ব্যক্তি।

আলফা স্বাধীনে বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়াই দিয়াৰ লগতে অনতিপলমে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা লুইতপৰীয়া বিহু সন্মিলনৰ বেনাৰ-পোষ্টাৰ শুধৰাই দিবলৈ নিৰ্দেশ দিয়ে।

তদুপৰি, আলফা স্বাধীনে এই বেনাৰ-পোষ্টাৰ মাৰোৱাড়ী যুৱ মঞ্চৰ যিটো ফেচবুক পেজত প্ৰচাৰ কৰিছিল তাত শুধৰণি কৰা বেনাৰ-পোষ্টাৰ পুনৰ দিবলৈ নিৰ্দেশ দিয়ে।

এই সন্দৰ্ভত আলফা স্বাধীনৰ এগৰাকী সদস্য আৰু ডিব্ৰুগড়ৰ মাৰোৱাড়ী যুৱ মঞ্চৰ এগৰাকী কৰ্মীৰ টেলিফোনিক বাৰ্তালাপো আমাৰ হাতত পৰিছে।

শুনক কি কথা হৈছিল দুয়োজন ব্যক্তিৰ মাজত।

Recent News

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd