• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত চৰকাৰেৰে আলোচনাত বহিবলৈ সাজু আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 9:05 am
Paresh-Baruah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ উপ সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমে ভাৰত চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ সাজু।

শনিবাৰে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে এটা সংবাদ প্ৰতিষ্ঠানৰ আগত হোৱা টেলিফ’নিক বাৰ্তালাপত এইদৰে কয়।

Apply Now

অসমৰ বহুল প্ৰচলিত ইংৰাজী দৈনিক আছাম ট্ৰিবিউন -এ পৰেশ বৰুৱাৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চৰকাৰৰ সৈতে আলোচনা বহিবলৈ সাজু যদিহে ভাৰত চৰকাৰে আলফা(স্বা)ৰ মূল দাবী সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিবলৈ সন্মত হয়।

“যদি চৰকাৰে আমাক লিখিতভাৱে জনায় যে আমাৰ মূল দাবীৰ ওপৰত আলোচনা কৰা হ’ব, আমি নিশ্চিতভাৱে যোগাত্মক সঁহাৰি দিম।” আছাম ট্ৰিবিউনক পৰেশ বৰুৱাই এইদৰে কয়।

ইফালে পৰেশ বৰুৱাই সদ্য আত্মসমৰ্পণকাৰী আলফা(স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ বিষয়েও মন্তব্য কৰে।

সেনাধ্যক্ষ বৰুৱাই দাবী কৰে যে দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণে আলফা(স্বা)ত সৃষ্টি কৰা শূন্যতা পূৰ কৰিবলৈ আলফা(স্বা)এ সক্ষম হ’ব।

জন্ম লগ্নৰে পৰা আলফাৰ বহু নেতা আৰু কেৰ্ডাৰে আলফা ত্যাগ কৰি আহিছে আৰু সেই ঠাই সংগঠনটোৰ নতুন সদস্য আৰু নেতাসকলে পূৰণ কৰি অহা বুলিও সেনাধ্যক্ষ পৰেশ বৰুৱাই মন্তব্য কৰে।

সশস্ত্ৰ মুক্তি সংগ্ৰামখনলৈ দৃষ্টি ৰাজখোৱাই আগবঢ়োৱা অৱদান আলফা(স্বা)এ সদায়ে মনত ৰাখিব বুলি ব্যক্ত কৰি পৰেশ বৰুৱাই কয় যে দৃষ্টিৰ আত্মসমৰ্পণে খালী কৰা ঠাই ইতিমধ্যে পূৰণ কৰা হৈছে।

উল্লেখ্যে যে আলফা(স্বা) উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰাৰ পিছতে মাইকেল অসমক উপ মুখ্য সেনাধ্যক্ষ হিচাপে নিযুক্তি দিছে আলফা(স্বা)এ।

স্মৰ্তব্য যে ১৯৯২ চনত আলফাৰ বহু সংখ্যক জ্যেষ্ঠ নেতাই সংগঠন ত্যাগ কৰি আত্মসমৰ্পণ কৰিছিল। তাৰ পিছতো সংগঠনটোৱে নিজৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল বুলি বৰুৱাই দাবী কৰে।

২০১০ চনতো আলফাৰ সভাপতিসহ কেন্দ্ৰীয় সমিতিৰ ৮ জনকৈ বিষয়াই বহু জিলা সমিতি আৰু কেবাটাও বেটিলিয়নক লগত লৈ চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ যুদ্ধ বিৰতি ঘোষণা কৰিছিল। ইয়াৰ পিছতো আলফা(স্বা) শক্তিশালী হৈ আছে বুলি দাবী কৰিছে সেনাধ্যক্ষ বৰুৱাই।

“তেওঁলোকে জিলা সমিতিসহ সংগঠনৰ চাৰিটা বেটেলিয়নৰ তিনিটা বেটেলিয়নকে লগত লৈ গৈছিল। এনে এক বিপৰ্যয়ৰ পিছতো আলফা(স্বা) জীয়াই আছে। ইয়ে প্ৰমাণ কৰে যে কেইজনমান ব্যক্তিৰ আত্মসমৰ্পণে আন্দোলনটোক শেষ কৰিব নোৱাৰে।” আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ দাবী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd