• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা স্বাধীনৰ শীৰ্ষ নেতা ৰূপান্তৰ কাকতিৰ মৃত্যু

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , June 5, 2019 9:40 pm

1 min read

আলফা স্বাধীনৰ শীৰ্ষ নেতা ৰূপান্তৰ কাকতিৰ মৃত্যু
1.1k
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ শীৰ্ষ নেতা ৰূপান্তৰ কাকতি ওৰফে ৰূপান্তৰ অসমৰ কালি অৰ্থাৎ মঙলবাৰে হৃদৰোগত আক্ৰান্ত মৃত্যু হয়। জানিব পৰা মতে বহুকেইটা অপাৰেশ্যনৰ নেতৃত্ব বহন কৰা আলফাৰ নেতাগৰাকীয়ে ম্যানমাৰত থকা সংগঠনটোৰ কেম্পত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বুলি পৰিয়ালৰ লোকক আলফাৰ পৰা জনোৱা হৈছে।

শিৱসাগৰ চহৰৰ কাথপাৰ গাঁৱৰ নিবাসী হেমচন্দ্ৰ বৰুৱা আৰু শাওনি বৰুৱাৰ কনিষ্ঠ পুত্ৰ দিগন্ত বৰুৱা ওৰফে ৰূপান্তৰ কাকতিৰ জন্ম হৈছিল ১৯৭০ চনত। মৃত্যুৰ সময়ত তেওঁ পত্নী তথা আলফাৰ নেত্ৰী মাজনী দাস আৰু এগৰাকী পাঁচ বছৰীয়া কন্যাক এৰি থৈ যায়।

১৯৮৭ চনত বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দিগন্ত বৰুৱাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছতেই ৰূপান্তৰ কাকতিয়ে বৰহাটৰ পশু চিকিৎসালয়ত অলপদিন অস্থায়ী ভাৱে কাম কৰি ১৯৮৯ চনত আলফাত যোগদান কৰে।

১৯৯০ চনত ঘৰ এৰি আলফালৈ গুচি যোৱাৰ পিছৰ পৰা দিগন্ত ওৰফে ৰূপান্তৰ কাকতিৰ ২৯ বছৰ ধৰি পৰিয়ালৰ লগত কোনো সম্পৰ্ক নাছিল বুলি জ্যেষ্ঠ ভাতৃ গুণজানন বৰুৱাই জানিবলৈ দিয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd