• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

তিনিচুকীয়াত জালত আলফা (স্বাঃ)ৰ ৰিতুৰাজ অসম, জব্দ এ কে ৮১ ৰাইফল

মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী by মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী
October 12, 2019 6:57 pm
Ulfa(I) cadre apprehended in Tinsukia

গ্ৰেপ্তাৰ হোৱা আলফা (স্বাঃ) কেডাৰ ৰিতুৰাজ অসম।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তালাপৰ শংকৰ চাহ বাগিচাৰ কৰ্মচাৰী এজনৰ শেহতীয়া “অপহৰণ”ৰ মাজতে আলফা (স্বাধীন) কেডাৰ ৰিতুৰাজ অসম ওৰফে গিৰীণ ফুকন শনিবাৰে তিনিচুকীয়াত নিৰাপত্তা বাহিনীৰ জালত পৰিছে।

জিলাখনৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বৰডুমছাত আলফা (স্বাঃ) কেডাৰজনক আটক কৰা হৈছে।

Apply Now

তিনিচুকীয়া আৰক্ষী, ভাৰতীয় সেনাৰ ২৩ পঞ্জাৱ ৰেজিমেণ্ট, ২১ পেৰা স্পেচিয়েল ফ’ৰ্চ আৰু ২১০ ক’ব্ৰা বেটেলিয়নৰ এক যৌথ বাহিনীয়ে চোৰাংচোৱা সূত্ৰৰ পম খেদি চলোৱা অভিযানত ফুকনক আটক কৰা হৈছে।

ম্যানমাৰৰ আলফা (স্বাঃ) শিবিৰৰ পৰা ঘূৰি অহা ফুকনৰ পৰা এটা এ কে ৮১ ৰাইফল, দুটা মেগাজিন আৰু ৭.৬২এম এম পিষ্টলৰ ৬০ ৰাউণ্ড সক্ৰিয় গুলী জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

ফুকনৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানি গাঁৱত বুলি জানিব পৰা গৈছে৷

ফুকন আলফা (স্বাঃ) নেতা উদয় অসমৰ ঘনিষ্ঠ বুলি চোৰাংচোৱা সূত্ৰত প্ৰকাশ।

সূত্ৰমতে, ফুকনে কিছুদিন পূৰ্বে উদয় অসমৰ সৈতে অসমত প্ৰৱেশ কৰিছিল।

ম্যানমাৰত এন এছ চি এন (খাপ্লাং)কে ধৰি উত্তৰ-পূবৰ উগ্ৰপন্থী শিবিৰসমূহত টাতমাদাওৰ অভিযানৰ পিছত ইয়াৰ পূৰ্বেও আলফা (স্বাঃ)ৰ বহুকেইগৰাকী সদস্যই আত্মসমৰ্পণ কৰিছিল।

আলফা (স্বাঃ) কেডাৰজন আত্মসমৰ্পণৰ বাবে অসমলৈ আহিছিল নেকি বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা নাই৷

ইফালে, শংকৰ বাগিচাৰ “অপহৃত” কৰ্মচাৰী গৌৰাংগ দেবৰ সন্ধানত নিৰাপত্তা বাহিনীসমূহে অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰিছে।

মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী

মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd