• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱবৰ্ষত কন্যা সন্তানৰ পিতৃ হ’ল ভাৰতীয় দলৰ বেগী বলাৰ উমেশ যাদৱ; বি চি চি আইৰ শুভেচ্ছা জ্ঞাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 1, 2021 4:34 pm

1 min read

নৱবৰ্ষত কন্যা সন্তানৰ পিতৃ হ’ল ভাৰতীয় দলৰ বেগী বলাৰ উমেশ যাদৱ; বি চি চি আইৰ শুভেচ্ছা জ্ঞাপন
221
VIEWS
Share on FacebookShare on Twitter

নতুন বৰ্ষত কন্যা সন্তানৰ পিতৃ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ উমেশ যাদৱ।

উমেশ যাদৱ আৰু পত্নী তানিয়াই কন্যা সন্তান লাভ কৰা বাবে গভীৰ সন্তুষ্টি ব্যক্ত কৰে।

উমেশ যাদৱ আৰু তানিয়াই তেওঁলোকৰ প্ৰথমটো সন্তান লাভৰ কথা টুইটাৰযোগে ৰাজহুৱা কৰে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে উমেশ যাদৱক পিতৃ হোৱাৰ শুভক্ষণত শুভেচ্ছা জ্ঞাপন কৰে।

বি চি চি আইৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ আৰু পূৰ্বৰ ক্ৰিকেটাৰ সকলেও যাদৱ আৰু তানিয়াক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত বলিং কৰি থকাৰ সময়ত উমেশ যাদৱে কলাফুলত আঘাত পাইছিল।

পৰৱৰ্তী সময়ত তেওঁৰ আঘাত পোৱা স্থানৰ স্কেন কৰা হয় আৰু আঘাত বেছি হোৱা বাবে যাদৱক অন্তিম দুখন টেষ্টত দলৰ পৰা অব্যাহতি দিয়া হয়।

উমেশ যাদৱৰ স্থানত বাওহতীয়া বেগী বলাৰ টি নটৰাজনক ভাৰতীয় দলত অন্তৰ্ভূক্ত কৰা হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd