• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ হস্তী পৰিবহণ বিতৰ্কৰ উত্তৰ নিদিয়া প্ৰশ্নসমূহ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 27, 2019 7:04 pm
Unanswered questions on Assam’s elephant transport debate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী পৰিবহণৰ বাবে অসমৰ বন বিভাগে শেহতীয়াকৈ অনুমতি প্ৰদান কৰিছিল।

পশু অধিকাৰ কৰ্মীসকলে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল, আৰু উত্তৰ ভাৰতৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ মাজেৰে হাতীকেইটাৰ পৰিবহণ ৰোধৰ বাবে আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল।

Apply Now

আশ্চৰ্য্যজনকভাৱে, ভৰপক গৰমৰ সময়ত হাতীকেইটা পৰিবহণৰ সিদ্ধান্তক লৈ অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য বা বিভাগৰ কোনো জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমত বক্তব্য ৰখা নাই।

বিষয়টো সন্দৰ্ভত বহুবিলাক উত্তৰ নিদিয়া প্ৰশ্ন আছে:

উত্তৰ ভাৰতৰ গ্ৰীষ্ম প্ৰৱাহৰ মাজত দুজনী মাইকীকে ধৰি চাৰিটা অপ্ৰাপ্তবয়স্ক হাতীৰ পৰিবহণ ইমান জৰুৰী কিয় আছিল?

যাত্ৰাকালত হাতীকেইটাক সুস্থ ৰখাৰ দায়িত্ব কাৰ— মালিকৰ, জগন্নাথ মন্দিৰৰ, অসমৰ বন বিভাগৰ, গুজৰাটৰ বন বিভাগৰ, পৰিবহণকাৰীৰ, নে লগত যোৱা পশু চিকিৎকসকলৰ?

ৰূপসিং নামৰ মতা অপ্ৰাপ্তবয়স্ক হাতীটোৱে বাওঁফালৰ আগভৰিত গুলীৰ আঘাত কেনেকৈ পালে?

ৰূপসিং আৰু ৰাণী নামৰ হাতী দুটা বনৰ পৰা ধৰা হৈছিল নেকি? ভৰিত গুলী কৰি ৰূপসিঙক জংঘলত কব্জা কৰা হৈছিল নেকি?

বাওঁফালৰ আগভৰিত গুলীৰ আঘাতৰ ঘাঁ থকা গুৰুতৰভাৱে খোৰা অপ্ৰাপ্তবয়স্ক মতা হাতী ৰূপসিঙক সুস্থ বুলি প্ৰমাণ পত্ৰ কিদৰে দিয়া হ’ল?

ৰূপসিঙৰ গুলীৰ ঘাঁ এতিয়াও উপশম হোৱা নাই, মাইক্ৰ’চিপ সংৰোপনৰ দিনাই হাতীটোৰ পৰিবহণৰ নিৰ্দেশ জাৰি কৰাটো ইমান জৰুৰী কিয় আছিল?

ৰূপসিং, ৰাণী আৰু বাবুলাল নামৰ অপ্ৰাপ্তবয়স্ক হাতী তিনিটাৰ তেজৰ নমুনা হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিক্যুলাৰ বায়’লজিস্থিত সিহঁতৰ মাকহঁতৰ তেজৰ সৈতে ৰিজোৱাৰ বাবে অসমৰ বন বিভাগে চেষ্টা কৰিছিলনে?

২০১৮ চনৰ ৩০ ডিচেম্বৰত পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ত জমা দিয়া অসমৰ ৯০৫টা বন্দী হাতীৰ তালিকাত ৰূপসিং, ৰাণী আৰু বাবুলালৰ নাম আছিলনে?

হুকুমদাৰ খান কোন? অপ্ৰাপ্তবয়স্ক হাতী চাৰিটাক অসমৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ পৰিবহণত তেওঁৰ আগ্ৰহ কি?

হুকুমদাৰ খান আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ প্ৰতিনিধি দলৰ সৈতে ২৬ জুনত অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেনৰ কাৰ্য্যালয়লৈ কিয় গৈছিল?

হাতী চাৰিটা ছমাহৰ পিছত অসমলৈ ঘূৰি নাহিলে কি হ’ব? তাৰ বাবে দায়ী কোন হ’ব?

লগত যাব লগা পশু চিকিৎসকসকলৰ যাতায়াত, খোৱা-বোৱা আৰু থকাৰ খৰচ কোনে বহন কৰিব?

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd