• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অস্বস্তিকৰ! গ্ৰেপ্তাৰৰ পদ্ধতিক লৈ পুনৰ উচ্চতম ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন ইডি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2024 4:26 pm
116
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ত পুনৰ প্ৰশ্নৰ সন্মুখীন হৈছে ইডি। প্ৰাক্তন বিষয়া অনিল টুতেজাক গ্ৰেপ্তাৰ কৰাৰ সময়ত ইডিয়ে সঠিক পদ্ধতি পালন নকৰিলে। যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে সংস্থাটো।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ এখন বিচাৰপীঠে কয় যে, “২০২৪ চনৰ ২০ এপ্ৰিলত ৰায়পুৰৰ দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত বিয়লি ৪:৩০ বজাত টুটেজা বহি আছিল। ইডিয়ে তেওঁক চমন জাৰি কৰে। সন্ধিয়া ৫:৩০ বজাত তেওঁক আন এক চমন জাৰি কৰি তেওঁক কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হয়।

ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰৰ দিনত আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত আছিল প্ৰাক্তন আমোলা অনিল টুতেজাৰ। ২০১৯-২০২২ বৰ্ষৰ পৰা ২১০০ কোটি টকাৰ আবকাৰী দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। যোৱা এপ্ৰিল মাহত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন আমোলাজনক।

২০ এপ্ৰিলত অনিল টুতেজা দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত থাকোতে ইডিৰ কাৰ্যালয়ত জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁ হাজিৰ হ’বলৈ অস্বীকাৰ কৰে।

পিছত সেইদিনাই তেওঁক দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াই লৈ যায় ইডিৰ কাৰ্যালয়লৈ। তাতে গোটেই ৰাতি ইডিৰ বিষয়াসকলে জেৰা কৰি পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰে।

এতিয়া এই গ্ৰেপ্তাৰক লৈ ইডিক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে।

প্ৰসংগক্ৰমে, টুটেজাক গ্ৰেপ্তাৰ কৰাক লৈ উচ্চতম ন্যায়ালয়ে ইডিক সমালোচনা কৰাটো এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু সময়ত উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে ইডি।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd