• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ দেশৰ লগতে তেজপুৰৰ আকাশতো উৰিল জাতীয় পতাকা

মণিমালা বৰা by মণিমালা বৰা
August 15, 2018 5:49 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
সমগ্ৰ দেশতে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ সমান্তৰালভাৱে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰতো চহৰখনৰ চাৰ্চ ফিল্ডত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়।
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পুৱা চহিদক স্মৰণ কৰি  পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত  গাৰ্ড অব্ অ’নাৰ গ্ৰহণ কৰি পতাকা উত্তোলন কৰা হয়।
তেজপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ পৰ্যটন আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্মই।
পতাকা উত্তোলন কৰি মন্ত্ৰী গৰাকীয়ে পৰ্যটনৰ আৰ্কষণৰ মূল কেন্দ্ৰ বিন্দু তেজপুৰ চহৰৰ বাবে  ১০ কোটি টকীয়া আঁচনি ঘোষণা কৰাৰ লগতে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ ওপৰত ভাষণ প্ৰদান কৰে।
ইয়াৰ পিছতেই এন চি চি, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অসম আৰক্ষীৰ জোৱানসকলৰ দ্বাৰা পেৰেড প্ৰদৰ্শিত কৰাৰ উপৰিও তেজপুৰ চহৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ মাজত নৃত্য-গীত তথা বিভিন্ন  সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।
আনহাতে প্ৰতি বছৰৰ দৰে এইবাৰো স্বাধীনতা দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বধৰ্না জনায়।
সভাত সম্বৰ্ধনা জনোৱা ব্যক্তি সকল হ’ল ক্ৰমে বিশিষ্ট সত্ৰীয়া শিল্পী জীৱন চন্দ্ৰ নাথ, মহাত্মা গান্ধীয়ে প্ৰশংসা কৰি থৈ যোৱা তেজপুৰ মহিলা সমিতি, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টাইকোৱানডোত সুনাম কঢ়িয়াই অনা ৰ’দালি বৰুৱা।
Apply Now
মণিমালা বৰা

মণিমালা বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm
ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm
ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd